পৃষ্ঠা:New Testament in Assamese.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩ মাখি। বিলাকে জাল এৰি তেঁওৰ পাচত গল। ২১ তাৰ পৰা তেঁও গৈ জবি- দিৰ পুতেক য়াকোব, আৰু তেঁওৰ ভায়েক মোহনি, এই দুজনক সিবি, লাকৰ বাপেক জবিদিএ সৈতে নাৱত আপোনাৰ জলি বাতিৰৰ দেখি সি- বিলাকক মাতিলে। ২২ সিবিলাকেও তেতিয়াই নাও আৰু আপোনাৰ ব:পেককে। এৰি তেঁওৰ পাচত গল। পাচে ৰিচুএ গোটেই খন গালিল দেস ফুৰি, সিবিলাকৰ সকলে। নাম ঘৰত উপদেস দি ৰাজ্যৰ মুভ বা কিৰ্তন কৰি, মানুহৰ অটাই বিধ ৰোগ আৰু নৰিয়া স্বস্থ কৰিলে। ২৪ তাতে তেঁওৰ জসস্য। চুৰিয়া দেস খনতে বিয়পিল; অৰু ভূতে পেঅি, আঁৱৰিয়া, জঠৰ ৰুগিয়া আদি কৰি অনেক অনেক বিয়াপৰি আৰু জাতনা পোঅ মানুহবিলাকক তেঁওৰ ওচৰলৈ অনিলত তেঁও সিবিলাকক স্বস্থ কৰিলে। গালিল, দেকপিলি, য়িলিম, আৰু য়িহুদা দেশৰ পৰা, আৰু য়দানৰ নিপৰিৰ পৰাও বৰ এজুম মানুহ তেঁওৰ পচে পাচে গল। ২৫ তাতে ৫ অধ্যা। 8 . তেতিয়া তেঁও সেই মানুহ জুম ক দেখি পৰ্বতৰ ওপৰলৈ গল; পাচে তেঁও বহিলত আপোনাৰ সিদ্যবিলাক তেঁওৰ কোসৰলৈ আহিল, ২ তাতে তেঁও মুখ মেলি সিবিলকিক উপদেস দি এই কথা কবলৈ ধৰিলে। ৩ ভিকহুমনেৰ জিবিলকি, সেইবিলাক ধন্য; কিয়নো স্বৰ্গ ৰাজ্য সিবি- লাকৰ। সোক কৰা জিবিলকি, সেইবিলাক ধন্য; কিয়নো সিবি- লাকে সান্তনা পাব। নমু, হোঅবিলাক ধন্য; কিয়নো সিবিলাকে দে- সত অধিপত্য পাব। ৬ ধমলৈ ভেকি আৰু পিয়াহ লগা জিবিলাক, সেই- বিলাক ধন্য; কিয়নো সিবিলাকে ত্ৰিপ্তি পাব। ৭ দয়ালু হোঅবলাক ধন্য; কিয়নো সিবিলাকে দায়। পাব। ৮ নিৰ্মল চিতেৰেবিলাক ধন্য; কিয়নো সিবিলাকে ইশ্বৰক দৰ্শন পাব। ১ মিল কাবিলাক ধন); কি- যনো সিবিলাকক ইম্বৰৰ সন্তান বোল হব। ১০ জিবিলাকে ধৰমৰ নি, মিতে তাৰনা পোআ হই, সেইবিলাক ধন্য; কিয়নো স্বৰগ ৰাজ্য সিবি- লাকৰ। ১১ জেতিয়া মানুহবিলাকে মোৰ নিমিতে তোমোলকিক নিন্দা আৰু তাৰন কৰে, আৰু তোমোলাকৰ অহিতে মিচাকৈ সকলে। বেয়া কথা বোলে, তেতিয়া তোমোলাক ধন্য। ১২ অনিন্দিত হৈ অতিসই ৰঙ্গ কৰা; কিয়নো স্বৰগত তোমোলাকৰ কম ফল অধিক আচে; সি- হতে তোমোলাকৰ ওপৰ ভবিস্যত বক্তবিলাককে। এই ৰুপে তাৰনা কৰিলে। ১৩ তোমোলাক প্ৰিথিবিৰ লোন; কিন্তু জদি লেনিৰ সোঅদি গুচিল,