পৃষ্ঠা:New Testament in Assamese.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধি] । ১০৯ মই তোমোলকিত স্বৰুকৈ কও, কোনো ভবিস্যত বক্তা অাপোনাৰ দেশত গাজ কৰা নহই । ২৫ তোমােলকিত সত্যু ৰুপে কৈটো, এলিয়াৰ দিনত জেতিয়া অচাৰি বচৰ আকাশৰ ব্রিষ্টি বন্ধন হেঅিত সকলো দেসত বৰ একাল হৈচিল, তেতিয়া ইসএল দেসত অনেক বাৰি আচিল; ২৬ কিন্তু এলিয়াক সিবিলাকৰ কালৈকো পঁচা নহৈ, কেৱল চিদোন প্রদেশৰ চাৰি- ফত নগৰ নিবাসি এজনি বাৰি তিৰোতালৈ পঁচা হল। ২৭ আৰু এলিস। ভবিস্যত বক্তৰ দিনত ইসএল দেসত অনেক কুঠিয়া আচিল, কিন্তু সিবি- লাকৰ কঁাকো সুচি কৰা নহৈ, কেৱল চুৰিয়া দেশৰ নামনিক সুচি কৰা হল । ২৮ এই কথা শুনি নাম ঘৰত থকা সকলোএ খঙ্গেৰে পৰিপুন হৈ উঠি, ২৯ তেঁওক নগৰৰ বাহিৰ কৰি, জি পবর্তৰ ওপৰত সিহঁতৰ নগৰ পতা হৈচিল, সেই পৰ্বতৰ পৰা হেঁচুকি পেলাবৰ নিমিতে তৰি কখিৰ- লৈ নিলে ; ৩০ কিন্তু তেঁও সিহঁতৰ মাজৰ পৰা ওলাই গুচি গল । ৩১ পচে তেঁও গালিল দেশৰ কিফনাহুম নগৰলৈ আহি বিসুমি বাৰে সিবিলাকৰ নাম ঘৰত উপদেস দি আচিল। ৩২ তীতে সিবিলাকে তেঁওৰ উপদেষত বিস্মই মানিলে; কিয়নাে তেওৰ কথা সক্তিমন্ত হৈচিল । ৩৩ আৰু সিহঁতৰ নাম ঘৰত এজন অসুচি ভুতে পোকা মানুহ আচিল, সি বৰ মাতেৰে এটাহ পাৰি কলে, ৩৪ ই নাচৰিয়া য়িচু, তোমাৰ লগত আমাৰ কি কাম ? অমকি নষ্ট কৰিবলৈ আহিল নে? তুমি জে ইম্বৰ পবিত্র জন, তাক মই জানো। ৩৫ কিন্তু য়িচুএ তাক ডাবি দি কলে, নি- জম দি থাক, ইয়াৰ পৰা বাহিৰ ওল। তেতিয়া ভুতে সেই মানুহটক মা- জতে পেলাই, তাক একো পিৰা নকৰি বাহিৰ ওলাল । তাতে সক- লোএ বৰ আচৰিত মানি ইটে সিটে কলে, ই কেনে কথা? এৱে সক্তি আৰু মহাত্মৰে অসুচি ভুতবিলাকক আগা দিয়াতে সিহঁত ওলাই । ৩৭ তাৰেই তেঁওৰ জসস্যা দস খনৰ চাৰিও ফালে সকলো ঠাইতে বিয়াপি ৩ গল। 80 ৩৮ পাচে তেঁও নাম ঘৰৰ বাহিৰে গৈ চিমােনৰ ঘৰত সোমাল; তাতে চিমোনৰ সাহুএকৰ বৰ জৰ হৈ পৰি থকাত, সিস্যবিলাকে তাইৰ নিমিতে তেঁওত নিবেদন কৰিলে । ৩৯ তেতিয়াই তেঁও তাইৰ ওচৰত থিয় হৈ জক সকত অগ্যি। দিয়াত সি গচিল, আৰু তাই উঠি সিবিলাকৰ অলি ধৰিলে । পীচে বেলি মাৰ গলত জি জি লোকৰ নানা বিধিৰে নৰিয়া পৰা মানুহ অচিল, সিবিলাকে সিহঁতক তেঁওৰ ওচৰলৈ অনিলত, তেঁও সিহঁ- তৰ প্ৰতি জনৰ গাত হাত দি সুস্থ কৰিলে । ৪১ অাৰু অনেকৰ পৰা ভূতবিলাকে ওলাই এটাহ পাৰি কলে, তুমি ইস্বৰ পুত্ৰ [ খ্রিষ্ট] । কিন্তু তেঁও জে খ্রিষ্ট, সিহঁতে ইয়াকে জন। হেতুকে তেঁও সিহঁতক কথা কবলৈ হাক দিলে ৪২ ৰাতি পুআ হলত তেঁও সেই ঠাই এৰি নিজান ঠাইলৈ