পৃষ্ঠা:New Testament in Assamese.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১০ নুক । গল; পাচে মানুহবিলাকে তেঁওক বিচাৰি বিচাৰি ওচৰলৈ আহি, তেঁও জেন সিবিলাকৰ ঠাইৰ পৰা নেজাই, এই নিমিতে তেঁওক নিবাৰন কৰি- ৪৩ কিন্তু তেঁও সিবিলাকত কলে, মই অনি নগৰতো ইস্বৰৰ ৰাজ্য কির্তন কৰিব লাগে, কিয়নো সেই নিমিতে পচা হৈছে। পাচে গালি- লৰ নাম ঘৰবিলাকত তেঁও কির্তন কৰিলে । 28 ৫ অধ্য।। পাচে ইম্বৰৰ কথা সুনিবৰ নিমিতে মানুহবিলাকে তেঁওক হেঁচা হেঁচিকৈ ধৰ কালত তেঁও গিনেচতে সৰােবৰ পাৰত থিয় হৈ থাকোতে, ২ সৰো- বৰ দাঁতিতে দুখন নাও দেখিলে; সেইবিলাকৰ পৰা মাচ মৰিয়াই গৈ জলি ধুই আচিল । ৩ সেই দুই নাৱৰ জি এখন চিমােনৰ হই, তাতে তেঁও সোমাই, বামৰ পৰা অলপ অতিৰ হৈ জীবলৈ তাক মিনতি কৰিলে ; পাচে তেঁও বহি নাৱৰ পৰা মানুহবিলাকক উপদেশ দিলে । ৪ সেই কথা। কৈ এঁটালত তেঁও চিমেনক বুলিলে, দ পানিলৈ গৈ মচি ধৰিবলৈ জাল খেও দিয়া । ৫ তাতে চিমোনে কলে, হে গুৰু, অমি ওৰে ৰাতি সুম কৰি একো পেঅি নাই, তেও অাপোনাৰ কথাত জাল পেলাও। পীচে সিহঁতে তেনে কৰিলত বহু বহু মাচ লাগি জাল ফাটিল । ৭ তেতিয়া অনি নাৱত থকা সিহঁতৰ ভাগি মানুহে উপকাৰ কৰিবলৈ হাত বাউল দি মাতিলত সি- হঁতে আহি মাচেৰে নাও ভৰোঅতি দুয়ো খন বুৰিব লগা হল । ৮ চিমোন পিতৰে তাকে দেখি য়িচুৰ ভৰিত পৰি বুলিলে, হে প্রভু, মই পাপি মানুহ, মেৰি পৰা অপুনি আঁতৰ হৈ জাওক । ১ কিয়নো খেও দি জি মখা মাচ ধৰিলে, তাৰ কাৰনে চিমেনি অাৰু তাৰে সৈতে জিবিলাক অচিল, আৰু চিমোনৰ লগৰ ভাগি জবিদিৰ দুই পুতেক য়াকোব অাৰু য়োহান, সক- লোৰে বিস্মই লাগিল । ১০ তেতিয়া য়িচু চিমোনত কলে, ভই নকৰিবা; এতিয়াৰে পৰা তুমি মানুহবিলাকক ধৰা হব । পাচে সিবিলাকৰ নাও বামলৈ অনিলত, সিবিলাকে সকলোকে তিয়াগ কৰি তেঁওৰ পাচত জোআ ১১ হল । ১২ পাচে তেঁও কোনো এখনি নগৰত থাকোতে কুঠেৰে পুৰ হোঅ এজন মানুহে য়িচুক দেখি দিঘল হৈ পৰি তেঁওত মিনতি কৰি কলে, হে প্রভু, আপোনাৰ জদি ইচা হই, মোক সুচি কৰিব পাৰে । ১৩ তেতিয়া তেঁও হাত মেলি তাক চুই বুলিলে, মোৰ ইচা আচে, সুচি হোঅ; তেতিখনে তাৰ কুঠ ৰোগ গুচিল । ১৪ পাচে তেঁও তাক অগ। দি কলে, এই কথা কতাে নকৈ পোৰােহিতৰ আগত আপোনাক দেখুআগৈ, অৰুি লােকক প্রমান দিবৰ নিমিতে মোচাৰ অগ্যিাৰ দৰে সুচি হোআৰ অৰ্থে দান উচ-