১ ০ ৮ লুক || লে৷ ৰাজ্য দেখআলে। ৩ তেতিয়া চইতানে তেঁওক বুলিলে, এই সকলে। মহিমা আৰু ৰাজ্যবিলাকৰ ঐস্বজ মই তোমাক দিম; কিয়নো তাকে মোৰ হাতত দিয়া হৈচে, অৰুি জি জনক দিবৰ ইচা হই, সেই জনক মই তকি দিও। ৭ এই হেতুকে তুমি জদি মেকি প্ৰনাম কৰ, তেন্তে সকলে। তোমাৰ হব। ৮ তাতে য়িচুএ উতৰ দি কলে, [ মোৰ পাচলৈ গচি জা, চইতান,] তোমাৰ প্ৰভু পৰম ইম্বক সেৱা কৰা, আৰু অকল তেঁওৰে অলি পৈচান বৰা, এনে লিখা অটে। ১ তেতিয়া চইতানে তেঁওক ৰিচালমলৈ নি, মন্দিৰৰ এটা কলচিৰ ওপৰত বহুঅইি তেঁত কলে, তুমি জদি ইম্বৰৰ পত্ৰ হোআঁ, তেন্তে ইয়াৰ পৰা অপুনি তললৈ পৰা; ১৩ কিয়নো এনে লিখ। অচে, তোমাক ৰাখিবলৈ তেঁও আপোনাৰ দূতবিলাকক তোমাৰ অৰ্থে অগ্যি। দিব, ১১ আৰু তেমিৰি ভৰি জেন সিলত খুন্দা নেখাই, এই নি- মিতে সিবিলাকে তেমকি হাতেৰে দাঙ্গি ধৰিব। ১২ তাতে য়িচু এ উতৰ কৰিলে, তোমাৰ প্ৰভু পৰম ইস্বৰৰ পৰিখ নেচাবা, এনেও লিখা আছে। ১৩ পচে চইতানে এই সকলে। পৰিখ কৰি এটাই, কেতখনি কাললৈ তেঁওক এৰি গল। ১৪ তেতিয়া য়িচুএ অত্মিাৰ প্ৰভাৱেৰে গালিল দেসলৈ উভতি আহিলত, তেঁওৰ জসস্য দেসৰ চাৰিও ফালে বিয়পি গল। ১৫ আৰু তেঁও সিবি- লাকৰ নাম ঘৰত উপদেস দি সকলোৰে পৰা মজা পালে। ১৬ তেতিয়া তেঁও আপোনাৰ পোহনৰ ঠাই নাচবেতলৈ আহিলত বিসুমি বাৰে অ- পেনি আচাৰৰ দৰে নাম ঘৰত সোমাই পাঠ কৰিবলৈ থিয় হল। ১৭ তাতে য়িচয়া ভবিস্যত বক্তাৰ পুথি তেওৰ হাতত দিয়া হলত, তেঁও সেই পুথি মে- লি জি খান ঠাই পালে, তাতে এই কথা লিখা আচিল; ১৮ প্ৰভুৰ অত্মি। মোৰ ওপৰত অচে, কিয়নো দৰিদু লোকবিলাকৰ আগত সুভ বত্ৰি প্ৰচাৰ কৰিবলৈ তেঁও মোক অভিসেক কৰিলে; [মন ভগ। মানুহবিলা- কক স্বস্থ কৰিবলৈ,] বন্দিয়াৰৰ আগত মুক্তি, আৰু কনাবোৰৰ অগিত চকু পোঅ কথা কিতন কৰিবলৈ, ১৯ চেপা খোঅবিলকিক মুকলি কৰিবলৈ, আৰু প্ৰভুৰ গজ্যিকৰা বচৰ কিতন কৰিবলৈ মোক পাঁচিলে। ২০ পাচে তেঁও পুথি জপাই পৰিচাৰকৰ হাতত দি বহিল। তাতে নাম ঘবত থকা অটাইবিলাকৰ চকু তেঁওত লাগি আচিল। ২১ তেতিয়া তেও সিবিলকিত কবলৈ ধৰিলে, অজি তোমোলাকৰ কানে সুনা এই সাৰ বচন সিধি হল। ২২ তাতে সকলোএ তেঁওৰ সাখি হৈ তেঁওৰ মুখৰ পৰা ওলেজি অনুগ্ৰহৰ কথাত বিস্মই মানি কলে, এও য়োচেফৰ পুতেক নহই নে? ২৩ তেতিয়া তেঁও সিবিলাকত কলে, অৱস্যে তোমোলাকে এই উপকথা মোত কব, হে বেজ, অপেনাকে স্বস্থ কৰা; কিফাহুমত তুমি জি জি কৰা সুনিলো, তকি আপোনাৰ এই দেসতো কৰা। ২৪ তেওঁ আৰু কলে,