পৃষ্ঠা:New Testament in Assamese.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১০৭
৪ আধ্যা৷

লেৱিৰ পুত্ৰ, লেৱি মাল্‌কিৰ পুত্ৰ, মল্‌কি জানাৰ পুত্ৰ, জানা য়োচেফৰ পুত্ৰ,২৫ য়োচেফ মাতথিয়াৰ পুত্ৰ, মাতথিয়া অমোচৰ পুত্ৰ, আমেচ নাহু- মৰ পুত্ৰ, নাহুম এচ্‌লিৰ পুত্ৰ, এচ্‌লি নাগিৰ পুত্ৰ,২৬ নাগি মাথৰ পুত্ৰ, মাথ মাতথিয়াৰ পুত্ৰ, মাতিথিয়া চিমিৰ পুত্ৰ, চিমি য়োচেফৰ পুত্ৰ, যোচেফ য়িহুদাৰ পুত্ৰ,২৭ য়িহুদা য়োহানাৰ পুত্ৰ, য়োহানা ৰেচাৰ পুত্ৰ, ৰেচা জিৰু- বাবেলৰ পুত্ৰ, জিৰুবাবেল চাল্‌তিএলৰ পুত্ৰ, চাল্‌তিএল নেৰিৰ পুত্ৰ, ২৮ নে- ৰি মালকিৰ পুত্ৰ, মাল্‌কি আদিৰ পুত্ৰ, আদি কোচমৰ পুত্ৰ, কোচম এল্‌- মোদামৰ পুত্ৰ, এল্‌মোদাম এৰৰ পুত্ৰ, ২৯ এৰ যোচিৰ পুত্ৰ, য়োচি এল্‌- এচৰৰ পুত্ৰ, এলিচৰ য়োৰিমৰ পুত্ৰ, য়োৰিম মাতাতৰ পুত্ৰ, মাতাত লেৱিৰ পুত্ৰ, ৩০ লেৱি চিমিওনৰ পুত্ৰ, চিমিওন য়িহুদাৰ পুত্ৰ, য়িহুদা ৰোচেফ পুত্ৰ, য়োচেফ য়োনানৰ পুত্ৰ, ৰেনিন এলিয়াকিমৰ পুত্ৰ, ৩১ এলিয়াকিম মেলেয়াৰ পুত্ৰ, মেলেয়া মৈনীনৰ পুত্ৰ, মৈনান মাততাৰ পুত্ৰ, মাতা নাথা- নৰ পুত্ৰ, নাথান দাৱিদৰ পুত্ৰ, ৩২ দাৱিদ য়িচইৰ পুত্ৰ, য়িচই ওবেদৰ পুত্ৰ, ওবেদ বেঅিজিৰ পুত্ৰ, বেআিজ চলিমোনৰ পুত্ৰ, চালমোন নাসেনিৰ পুত্ৰ, ৩৩ নাস্যোন আমিনদাৰৰ পুত্ৰ, অমিনাদাব ৰামৰ পুত্ৰ, ৰাম হেসোনৰ পুত্ৰ, হেসেন পেৰেচৰ পুত্ৰ পেৰেচ য়িহুদাৰ পূত্ৰ, ৩৪ য়িহুদা য়াকোবৰ পুত্ৰ, যাকোব ইচাকৰ পত্ৰ, ইচাক অব্ৰিাহামৰ পুত্ৰ, আব্ৰাহাম তেৰাৰ পুত্ৰ, তেৰা নাহোৰৰ পুত্ৰ, ৩৫ নাহোৰ চিৰুগৰ পুত্ৰ, চিৰুগ ৰিউৰ পুত্ৰ, ৰিউ পেলেগৰ পুত্ৰ, পেলেগ এবৰৰ পুত্ৰ, এবৰ চেলাৰ পুত্ৰ, চেলা কেনান। পুত্ৰ, কৈনন অফাদৰ পুত্ৰ, অৰ্ষাকচদ সস্যমৰ পুত্ৰ, সস্যম নোহৰি পুত্ৰ, নোহা লেমেকৰ পুত্ৰ, ৩৭ লেমেক মিথুচেলৰি পুত্ৰ, মিথুচেলা হনোকৰ পুত্ৰ, হনোক যেৰেদৰ পুত্ৰ, য়েদে মহললেলৰ পুত্ৰ, মহললেল কৈনানৰ পূত্ৰ, ৩৮ কৈনন এনেচিৰ পুত্ৰ, এনেচি চেতৰ পুত্ৰ, চেত অদমৰ পুত্ৰ, অদিম ইম্বৰ পুত্ৰ। ৪ অধ্য1। পছে য়ি পবিত্ৰ আত্মাৰে পৰিপুৰ্ন হৈ য়দান নদিৰ পৰা উভতি গৈ আত্মাৰ দোঅৰিাই হাবিলৈ নিয়া হৈ, তাত দুকুৰি দিনলৈকে চইতানৰ পৰিখ পালে। ২ সেই সকলো দিনত তেঁও একো নেখালে; পচে দিন পূৰ হলত তেঁওৰ ভোক লাগিল। ৩ তেতিয়া চইতানে তেঁওত কলে, তুমি জদি ইম্বৰ পুত্ৰ হোআ, তেন্তে এই সিল পিঠা হবলৈ অগ্যিা দিয়া। ৪ তীতে য়িচুএ উতৰ কৰি কলে, মানুহে অকল পিঠাৰে নিজিএ, কিন্তু ইস্বৰৰ জি জি বাক্য, তাৰ দোআৰাইহে জিএ, এনে লিখা আচে। ৫ পচে চইতানে তেঁওক এটা ওখ পৰ্বতৰ ওপৰলৈ নি একে নিমিসতে জগতৰ সক-