কত হেঁৱে কলে, হেৰৈ সাপৰ বঙ্গহ, আগলৈ হয় নগা ক্ৰোধৰ পৰা পল বলৈ কোনে তোমোলাকক বুধি দিলে? * এই হেতুক মন পালটনৰ উচিত ফল ধৰা; কিন্তু আব্ৰাহাম আমাৰ পিত্ৰি, মনেৰে এই কথা নে ভাবিবা; কিয়নো মই তেমোলকিত কঁও, এই সিলবিলাকৰ পৰা ইস্বৰে অব্ৰিাহাম- লৈ সন্তান জন্মাব পাৰে। অৰু এতিয়াও গঢ়ৰ গুৰিত কুঠাৰ লগা হৈ অচে; এই হেতুকে জি জি গচে ভাল গুটি ন ধৰে, তাক কাটি জুইত পে- লোঅ জাই। তেতিয়া মানুহবিলাকে তেঁওত সুধিলে, তেন্তে আমি কি কৰিম? ১১ তাতে তেঁও উতৰ দি কলে, জৰি দুখনি চোল। অচে, সি বিবস্ত্ৰ মানুহক এখান দিওক; আৰু জাৰ খোঅ বস্তু অচে, সিও সেই দবে কৰোক। পাচে ক তোলাবিলাকেও বুৰ পাবৰ নিমিতে আহি তেঁওত সুবিল, হে গুৰু, আমি কি কৰিব লগা: ১৩ তেঁও সিবিলাকত কলে, তো- মোলাকলৈ নিজে জন কৰাতকৈ অধিক কাহি ন ল। ১৪ সেনাবিলাকেও তেওত সুধিলে, আমিও কি কৰিম? তাতে তেঁও কলে, কাকো অমুৰি ন কাৰবা; আৰু মিচা অপবাদ নিদিবা; আৰু আপোনাৰ মহিনাৰে সন্তোস হৈ থাকিব। ১৫ পাচে সকলো মানুহে বাট চাই থাকি, এই য়োহান খ্ৰিষ্ট হই নে ন হই, ইয়াকে বিবেচনা কৰাত, ময়হানে সমিধান দি সকলোৰে অগিত কলে, মই তোমোলকিক পানিত বুৰ দিয়াইচো হই, কিন্তু মই জি জনৰ পইজাৰৰ বান্ধ মেলিবৰে। জেগ্যি ন উঁও, মোতকৈ ডাঙ্গৰ এনে এজনা মোৰ পাচত অহিচে; তেঁও তোমোলাকক পবিত্ৰ আত্মাত আৰু জুইত বুৰ দিয়াৰ। ১৭ তেঁওৰ হাতত কুলা লৈ অচে; তেঁও আপোনাৰ খলা ভালকৈ জাৰি আপোনাৰ মেৰত ধান চপাই থব, কিন্তু নুনুমুআ জুইৰে ঘুলা পুৰিব। ১৮ এই ৰূপে অনি ভালেমান কথাও য়োহানে উপদেস দি মানুহবিলাকৰ অগিত কিৰ্তন কৰিলে। ১১ পাচে হেৰেদি ৰজা আপোনাৰ ভায়েক [ফিলিপৰ] তিৰোতা হে- ৰোদিয়া অৰ্থে, অৰুি তেঁও অন জি জি কুকৰ্ম কৰিচিল, সেইবিলাকৰ অৰ্থেও য়োহানৰ দোঅৰিইি দুসি কৰা হলত, ২০ সেই সকলো দোসৰ ওপৰত য়োহানক বন্দি সালত বান্ধি থোঅ, এই কুম বহাই দিলে। ২১ সকলো মানুহক বুৰ দিওঅ কালত চিএ অপুনিও বুৰ দিওঅ হল; আৰু তেঁও প্ৰাৰ্থনা কৰাত সৰগৰ দুখৰ মুকলি হলত, ২২ তাৰ পৰা পবিত্ৰ আত্মা মুৰ্তি ধৰি কপৌৰ নিচিনা হৈ তেঁওৰ ওপৰত নামিল, আৰু তুমি মোৰ প্ৰিয় পুত্ৰ, তোমত মোৰ পৰম সন্তোস, এই ৰুপে কোঅ আকাসি বানি সুনা গল। সেই কালত য়িচুৰ ডেৰ কুৰি মান বছৰ হল; মানুহে বুজাৰ দৰে ঠেও য়োচেফৰ পুত্ৰ, যোচেফ এলিৰ পুত্ৰ, ২৪ এলি মতিতিৰ পুত্ৰ, মাতত
পৃষ্ঠা:New Testament in Assamese.djvu/১১১
অৱয়ব