পৃষ্ঠা:New Testament in Assamese.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধি। জাই। ৪১ তেঁওৰ মাক বাপেকে বচৰি বচৰি নিস্তাৰ পৰ্বৰ সময়ত ৰিচা লমলৈ ৪২ এই ৰুপে তেঁও বাৰে বচৰ, বয়সিয়া হলত পৰি আচাৰৰ দৰেই সিবিলাকে য়িৰুচলিমলৈ গল। ৪৩ পচে পৰ্বৰ সমই পুৰ হলত সি- বিলাকে উভতি জোঅতি য়িচু লৰা সিবিলাকৰ পচে ৰিচালমত ৰল। ৪৪ কিন্তু য়োচেফ অ িয়িচুৰ মাকে তাক নেজানি, তেঁও লগৰ মনুহৰ সঙ্গত অচে বুলি ভাবি, এদিনৰ বাট গল। ৪৫ পাচে গিয়াতি অৰু চিনাকি মানু- হৰ মাজত বিচাৰি তেঁওক নেপাই, অকও য়িচালমত তেঁওক বিচাৰিবলৈ উলটি গল। ৪৬ তিন দিনৰ পাচে মন্দিৰৰ ভিতৰত তেঁও পণ্ডিতবিলা- কৰ মাজত সিবিলাকৰ কথা সুনিও সিবিলাকত সুধিও বহি থকা পালে ৪৭ আৰু সুনি থকা সকলো এ তেঁওৰ বুধি আৰু উতৰত বিস্মই হল। ৪৮ তেতিয়া মাক বাপেকে তেঁওক দেখি অচিৰিত মানিলে, তাৰু মাকে তেঁওত কলে, হে পুত্ৰ, এনে কিয় কৰিলা দেখা, তোমাৰ পিত্ৰি অৰু ময়ো সোক কৰি তোমাক বিচাৰি ফুৰিটো। তাতে তেঁও সিবিলাকত কলে, তোমোলাকে কি কানে মোক বিচাৰিল। মই আপোনাৰ পিত্ৰিৰ ঘৰত থকা উচিত, তোমোলাকে ইয়াক নে জানা নে? কিন্তু তেঁও কোতা। এই কথা নিবিলাকে নু বুজিলে। ৫১ পীচে তেঁও সিবিলাকৰ লগত গৈ না চতে পাই সিবিলাকৰ বস হৈ থাকিল। কিন্তু তেঁওৰ মাকে এই সকলে। কথা আপোনাৰ মনত ৰাখিলে। পাচে য়িচুৰ গিয়নি আৰু সৰিল বাহি, তেঁওলৈ ইস্যৰৰো মানুহৰে। অনুগ্ৰহ ব্ৰিধি হল। ৪৯ ৫২ ৩ অধি॥ তিবেৰিয় কৈৰ মহা ৰজা হোঅৰি পোন্ধৰ বচৰত, পন্তিৰ পিলাত য়িহু- দ। দেশৰ অধিপতি, হেৰেদি গালিল প্ৰদেশৰ ৰজা, আৰু তেঁওৰ ভায়েক ফিলিপ ইতুৰিয়া আৰু ব্ৰাখোনিতি প্ৰদসৰ ৰজা, আৰু লুচানিয়া আবি- লিনি প্ৰদেসৰ ৰজা ইওতে, ২ হানান আৰু কায়ফা বৰ পেৰোহিত হোতা। কালত হাবিৰ মাজত জিখৰিয়াৰ পুতেক য়োহানলৈ ইৰৰ বাক্য প্ৰকা হল। ৩ তেতিয়া তেঁও য়দানৰ ওচৰ সকলো দেস ফুৰি আহি, ৪ জি ৰুপে য়িয়া ভবিস্যত ভক্তাৰ পুথিত লিখা আচে, হাবিৰ মাজত ৰিঙ্গিওঅ এজনৰ সবদ, প্ৰভূৰ পথ জুগুত কৰা, তেঁওৰ অলি বাট পেন কৰা; ৫ অ- টাই খাল পুৰ কৰা হব; সকলো পৰ্বত অৰুি ঢোকা পৰ্বত সমান কৰা জাব; বেঁকা বাট পোন, অ খলা বম। সমনি কৰা হব, আৰু সকলে। মানুহে ইস্বৰৰ পৰিত্ৰান দেখিব; ৬ সেই ৰুপে য়োহানে পাপ থেমিবৰ নিমিতে মন পালটনৰ বুৰ দিওআৰ কথা কিৰ্তন কৰি কৰি গল। ৭ তেতিয়া তেওৰ দোঅৰািই বুৰ পাবৰ নিমিতে অহা সমুহ মানুহবিলা-