পৃষ্ঠা:New Testament in Assamese.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ ৪ বুক । ২৪ তাৰ মুচি কৰা কাল পূৰ হলত, ২৩ প্রথমে ওপজেন্সি। প্রতি জন পুত্র প্রভুলৈ পবিত্র বোল। জীব, প্ৰভুৰ বিধান সাস্ত্ৰত এই জি কথা লিখা অাছে, দৰে প্ৰভুল তেঁওক অাগ কৰিবলৈ, অৰু সান্তে কোঅ অগৰি দৰে এজোৰ কপৌ বা দুটা পৰিৰ পোঅলি বলিদান কৰিবলৈ, সিবিলাকে তেঁওক য়িলিমলে অনিলে। ২৫ তীতে দেখা, রিচালমত থকা চিমিওন নামেৰে এজন ধৰমি ভকত মানুহ অচিল ; তেঁও ইসএল সান্তনালৈ অপেখ্যা কৰি থাকিল; আৰু তেঁওৰ ওপরত পবিত্র আত্মা হলহি। ২৬ আৰু প্ৰভুৰ খ্রিষ্ট (অভিনেক কৰা জনক) দেখা নেপাই মানে তেও মিত্যু ভোগ ন কৰিৰ, এই কথা পবিত্র আত্মাৰ দোআৰাই তেঁওলৈ প্ৰকাশ কৰা হৈছিল । ২৭ তেঁও অত্মীৰ আকৰ্মৰ দোআৰাই মন্দিৰলৈ আহিল ; তাতে সেই লৰা য়িচুৰ মাক বাপেকে সাত্তৰ বিধিৰ দৰে তেঁওক কৰি নিমিতে জেতিয়া ভিতৰলৈ অনিলে, তিয়া চিমিওনে তেঁওক কোলাত লৈ ইস্বৰক গুতি কৰি কলে, ২১ হে প্রভু, এতিয়া তুমি আপোনাৰ বাক্যৰ দৰেই তোমাৰ সেৱকক কুসলে বিদাই দিচা; কিয়নো বিদেসিবিলাকক প্ৰকাশ কৰা পহৰ, অৰু তোমাৰ ইসএল লোকৰ প্ৰভীও হোয়, ৩১ জি পৰিত্ৰনি তুমি সকলাে মানুহৰ মুখৰ অা- গত জুগত কৰিলা, ৩২ সেই পৰিত্ৰানি মোৰ চকুএ দেখিবলৈ পালে । ৩৩ তেঁওৰ অর্থে এই জি কথা কোআ গল, য়োচেফ আৰু য়িচু মাকে তাতে বিস্মই মানিলে । ৩৪ পাচে চিমিওনে সিবিলাকক আসিবাদ কৰি- লে, আৰু তেঁওৰ মাক মাৰিয়ামত কলে, দেখ, ইএল বঙ্গহৰ মাজত অনেক পৰিব আৰু উঠিবৰ নিমিতে, অৰু বিৰোধ কথা কোঅৰি পাত্র হবৰ নিমিতে, ৩৫ অাৰু অনেক মানুহৰ মনৰ ভাবনা প্রকাস কৰিবৰ মি- মিতে, এই লৰা নিজজিন কৰা হৈচে; তোমাৰো ৰিদই সুলেৰে বিন্ধা ৩৬ আৰু অস্যেৰব বঙ্গহৰ পিনুএলৰ জিএক হানা নামেৰে জি অতি বয়সিয়া ভবিস্যত বক্ত৷ এজনিএ আবিঐ কালৰে পৰা স্বামিএ সৈতে সাত বচৰ থাকি, ৩৭ পাচে বাজি হৈ চাৰি কুৰি চাৰি বচৰ মান বয়স হোঅ- লৈকে মন্দিক নেৰি লঘােন আৰু প্রার্থনাৰে দিনে ৰাতি এ সেৱা কৰিচি- লে, ৩৮ সেই জনি ও একে সময়ত ভিতৰলৈ সোমাই আহি প্রভূক স্তুতি কৰি- লে, অাৰু য়িৰুচাল মত থকা জিবিলাকে মুক্তিলৈ অপেখ্যা কৰি আছিল, সেইবিলাকৰ অগিত য়িচুৰ কথা কলে । ৩৯ প্ৰভুৰ বিধানৰ মতে সকলো কম সিধি কৰিলত, সিবিলাকে গালিল দেশৰ নাচতে নামে অাপোনাৰ নগৰলৈ উভতি গল । ৪০ পচে সেই লৰা বাহি গৈ আত্মাৰে সক্তি হৈ গিয়ানেৰে পৰিপুর্ন হল, অাৰু ইম্বৰৰ অনুগ্রহ তেঁওৰ ওপৰত থাকিল ।