সমললৈ যাওক

পৃষ্ঠা:New Testament in Assamese.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অধি। 80 ৪১ 80 ৪। বােলা জাব। ৩৬ অৰু দেখা, তোমাৰ গিয়াতি এলিচেৰাই ব্রিধ কালতে। পুত্ৰ গৰ্ভধাৰন কৰিচে; জি জনিক লোকে বঁজি বুলিচিল, তেঁবে গর্ভ ধৰিবৰ এতিয়া চ মাহ হল । ৩৭ কিয়নো কোনো কম ইশ্বৰৰ অসাধ্য তাতে মাৰিয়ামে কলে, দেখা, প্ৰভুৰ বেটি জি মুই, মােলৈ তুমি কোঅৰি দৰে হওক । তেতিয়া দতে তেঁওক এৰি গুচি গল । ৩৯ পাচে সেই কালত মাৰিয়ামে উঠি য়িহুদাৰ পৰ্বতিয় দেসি এখন নগৰলৈ বেগাই গৈ, জিইৰিয়াৰ ঘৰত সোমাই এলিচেবাক সম্ভাস কৰিলে। তাতে এলিচেবাই মৰিয়মৰ সম্ভাসীৰ কথা সুনিলতেই তেঁওৰ গৰ্ভত লৰাই নাচি উঠিল; আৰু এলিচেরা পবিত্র আত্মাৰে পৰিপুর্ন হৈ বৰ মাতেৰে কলে, ৪২ তিৰিবিলাকৰ মাজত তুমি ধন্য; আৰু তোমাৰ গভত জি জনমে, তেঁৱো ধন্য। ৪৩ আৰু মােৰ প্ৰভুৰ মাত্ৰি মোৰ এখেলে আঁহি, এই মোৰ কি সুভাগ্য ! ৪৪ কিয়নাে দেখা, তোমাৰ সম্ভাসৰ কথা মোৰ কানত পলিত তেতিয়াই মােৰ গৰ্ভত লৰাই আনন্দেৰে নাচি উঠিল । আৰু বিস্বাস কৰ জনিও ধন ; কিয়নো প্রভুএ তেঁওত জি জি কলে, সেই কথা সিধি হব। ৪৬ তেতিয়া মাৰিয়ামে কলে, মোৰ মনে প্রভূক ধন্যবাদ কৰিচে ; মােৰ আত্মাই ত্রান কর্তা ইস্বৰত আনন্দ কৰিচে; ৪৮ কিয়নাে তেঁও আপোনাৰ বেটিৰ দুখিত ভাৱলৈ চালে, অকি দেখা, এতিয়াৰ পৰা সকলোএ পুৰসৰ অনুক্রমে মোক ধন্য বুলিব । ৪৯ জি জন সবক্তিমন্ত, তেঁও মোৰ নিমিতে মহত কৰম কৰিলে, তেঁওৰ নাম ধন্য। জিবিলাকে তেঁওলৈ ভই কৰে, পুৰুসে পুৰুসে সিবিলাকৰ ওপৰত ইম্বৰ দায় থাকে । ৫১ তেঁও অপো- নাৰ বাহু বল দেখাই, অহঙ্কাৰিবিলাকক সিহঁতৰ মনৰ কুমন্ত্রনাৰে গেট গােটকৈ পেলাই; ৫২ পৰাক্ৰমিবোৰক সিহঁতৰ অসনৰ পৰা নমাই, স- বিলাকক তুলি দিএ । ৫৩ তেঁও দৰিদুবিলাকক উতম বস্তুৰে বৃিপ্তি কৰি, ধনৱন্তবিলাকক সুদ। হাতে পাঁচি দিএ। ৫৪ তেঁও অামাৰ পিত্ৰিবিলাকলৈ জি ৰুপে কৈচিল, সেই ৰুপে আব্রাহাম অাৰু তেঁওৰ বঙ্গহলৈ সদাই অ- পোনাৰ দায়। সুঅৰি, ৫৫ অপোনাৰ সেৱক ইসুলক উপকাৰ কৰে । ৫৬ পাচে এলিচেবাৰ লগত মাৰিয়ামে তিনি মহি মনি থাকি আপোনাৰ ঘৰলৈ উভতি গল । ৫৭ তাৰ পাচে এলিচেৰাৰ প্ৰসৱৰ কাল পুৰ হলত এজন পুত্ৰক ঔপ- ৫৮ তীতে প্রভুএ তেঁওলৈ বৰ অনুগ্রহ প্রকাশ কৰিলে, ইয়াকে সুনি চুবুৰিয়া আৰু গিয়াতিবিলাকে তেঁওৰে সৈতে অনিন্দ কৰিলে। ৫১ পীচে অষ্টম দিন। সিবিলাকে লৰাক চমচেদন কৰিবলৈ অহি, বাপেকৰ নামৰ দৰে তেঁওৰ নামে। জিখৰিয়া বুলি মাতিলে । কিন্তু মাকে উতৰ কৰি- লে, ন হই, ইয়াৰ নাম য়োহান দিয়া হব । ৩১ তেতিয়া সিবিলাকে কলে, জালে।