পৃষ্ঠা:New Testament in Assamese.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লুক। . ২৫ অবস হোআবোৰক ধৰমিৰ গিয়ানলৈ ওলোটাই প্ৰভুলৈ এবিধ লোক জুগুত কৰিবৰ নিমিতে, তেঁও এলিয়াৰ অত্মিা অক্সিক্তিএৰে সৈতে প্ৰভূ অগিত জোঅ হব। ১৮ তেতিয়া জিৰিয়াই দুতত কলে, ইয়কি কি ৰূপে নিচই কৰিম? কিয়লে মই বুৰ, আৰু মোৰ তিৰোতাও বয়সত বুৰি হৈছে। ১৯ তাতে দুতে উতৰ কৰি কলে, ইম্বৰৰ সাখাতে থকা জি গাব্ৰি এল, সেয়ে মই; তুমিএ সৈতে কথা হৰলৈ আৰু এই সুভ বাত্ৰা তোমাক জনা- বলৈ মোক পচা হৈছে। ২০ কিন্তু দেখা, মোৰ জি কথা কাল ক্ৰমে সিধি হব, তাক তুমি সত্য ন মনা হেতুকে জি দিনত এইবিলাক কথা ঘটিব, সেই দিনলৈকে তুমি আঁকৰা হৈ কথা কব নোঅৰা হব॥ ২১ সেই সময়ত লোক সকলে জিখৰিয়ালৈ বাট চাই আচিল; আৰু মন্দিৰৰ ভিতৰত তেঁওৰ এই- মান পলম হোঅতি বিস্মই মানিলে। ২২ পাচে বাহিৰ ওলাই তেঁও সি- বিলাকত কথা কব নোঅৰা হল; আৰু সঙ্কেত কৰি নিজম দি থাকিল; তাতে তেঁও মন্দিত কিবা দৰ্সন পাইচিল, ইয়াকে মানুহবিলাকে বুজিলে পাচে তেঁওৰ সেৱাৰ পলি সুটিলত তেঁও আপোনাৰ ঘৰলৈ গল। ২৪ সেই কালৰ পচে তেঁওৰ ভাজা এলিচেৰা গৰ্ভাৱতি হল; লোকবিলাকৰ মাজত মোৰ অপমান গুচাবৰ নিমিতে এতিয়া প্ৰভুএ মোলৈ দৃিষ্টি কৰি এনে ৰেৱহাৰ কৰিলে, ইয়াকে বুলি তেঁও পাঁচ মহ লুকাই ল। ২৬ পাচে সষ্ট মাহত গলিল দেশৰ নাচৰে নগৰলৈকে দৱিদৰ বঙ্গ, ইৰ যোচেফ নামে এক মানুহলৈ বাগদান কৰা মাৰিয়াম নামেৰে এজনি কন্যালৈ গাব্ৰিএল দতক ইহৰৰ পৰা পঁচা হৈচিল। ২৭ তাতে সেই দতে তেঁওৰ ওচৰলৈ আহি কলে, ২৮ হে মহা অনুগ্ৰহ পোজ তিৰি, তোমাৰ কুসল হওক; প্ৰভু তোমাৰ সহাই হচে; তিৰোতাবিলাকৰ মাজত তুমি ২৯ সেই কন্যাই তেঁওক দেখি এই কথাত উগুল খুগুল লাগি, ই কেনে সম্ভসিন, ইয়াক আপোনাৰ মনত চিন্তা কৰিব ধৰিলে। তাতে, দুতে কলে, হে মাৰিয়াম, ভই ন কৰিবা; তুমি ইস্বৰৰ পৰা অনুগ্ৰহ পোয় হৈচা। ৩১ দেখা, তুমি গৰ্ভাৱতি হে এজন পুত্ৰক প্ৰসও কৰিবা; অৰু তেঁওৰ নাম য়িঢ় থব। ৩২ তেঁও মহিমীৱন্ত হব, অ সৰ্বোপৰি জনৰ সূত্ৰ বুলি খিয়াতি হব; প্ৰভু পৰম ইস্বৰে তেঁওৰ পিত্ৰি দাৰিদৰ সিংহ। সন তেঁওক দিব; ৩৩ আৰু য়াকোৰৰ বঙ্গ হৰ ওপৰত তেঁও সৰ্বদাই ৰাজ সাসন কৰিব; তেঁওৰ ৰাজ্যৰ অন্ত কেতিয়াও ন হই। ৩৪ তেতিয়া মাৰি- ৰামে দুতত কলে, মই পূৰ লগত বেৱহাৰ কৰা নাই, তেন্তে এই কথা কি ৰুপে হব? ৩৫ তাতে দুতে উতব দি কলে, পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সৰ্বোপৰি ইস্বৰৰ মহিমাই তোমাক চা দি ধৰিব, এই হেতুকে তোমাৰ গভত জি পবিত্ৰ জন উপজিব, তেঁওক ইস্বৰৰ পুত্ৰ -