লুক। তোমাৰ বঙ্গহৰ মাজত এই নাম কৰে। ন হই। ৩২ পাড়ে বাপেকে কি নাম দিবলৈ ইচা হই, ইয়াক জানিবৰ নিমিতে সঙ্কেত কৰি সুধিলে । ৬৩ তেতিয়া 'তেঁও ফলি খুজি তাত লিখিলে, ইয়াৰ নাম য়োহান। ৬৪ তাতে সকলোএ বিস্মই মানিলে । তেতিয়াই তেঁওৰ জিবৰ বন্ধি গুচি মুখ মুকলি হলত, তেঁও কথা কৈ ইন্বক শুতি কৰিলে । ৬৫ তীতে চাৰিও ফালে থক। আটাই মানুহৰ ভই লাগিল; আৰু য়িহুদাৰ সকলো পর্বতিয়া দেশত এই কথাই বিয়পি গলত, ৬৬ জিবিলাকে সুনিলে, সেই সকলোএ মনত বি- বেচনা কৰি কলে, ই কেনে লৰ হব আৰু প্ৰভূৰ হাত তেঁওৰ সহাই হৈ থাকিল। ৬৭ আৰু তেঁওৰ বাপেক জিখৰিয়া পবিত্র আত্মাৰে পৰিপূর্ন হৈ এই ভবিস্যত বাক্য কলে, বোলে, ৬৮ ইলিৰ প্ৰভু পম ইস্ৰ ধন্য ; কিয়নো তেঁও অাপোনাৰ লোকবিলাকক অনুগ্ৰহ কৰি চাই সিবিলাকক মুকুত কৰিলে ; আৰু আমি সবিলাকৰ হাতৰ পৰা ৰখ্য পাই [ অনুসৰ ] সকলাে দিন নিভই হৈ, ৭০ ধৰমেৰে আৰু পুন্যেৰে তেঁওক সেৱা কৰিবলৈ তেঁও জেন আমাক অনুগ্ৰহ কৰি দিব, ৭১ তেঁওৰ এই পবিত্র নিয়ম, অর্থতি অমাৰ পিত্রি আব্রাহামৰ অগিত তেঁও কৰা জি সপত, তক অবি, ৭২ আমাৰ উপৰি পুৰুসবিলাকলৈ তেঁওৰ সেই ক্রিপা পূৰ কৰি, ৭৩ আমাক সত্ৰু অৰু ঘিন কৰবিলাকৰ হাতৰ পৰা উধাৰ জেন কৰিব, ৭৪ এই কথা তেঁও স্রিষ্টিৰ আদিৰে পৰা আপোনাৰ পবিত্র ভবি- স্যত বাবিলাকৰ দোআৰাই জেনেকৈ কৈচিল, ৭৫ তেনেকৈ আপােনাৰ সেৱক দাবিদৰ বঙ্গহত অামালৈ এক এন কর্তা জনালে । লা, তুমি সর্বোপৰি জনৰ ভবিস্যত বক্তা বুলি খিয়াতি হব; ৭৭ কিয়নে। আমাৰ ভৰি কুসল পথে নিবৰ নিমিতে, অৰু এন্ধাৰত মিত্যুৰ চাতো বহি থকাবিলাকক পহৰ দিবৰ নিমিতে, ইৰৰ জি অতি ক্ৰিপাৰ দেখি- ৰাই ওপৰৰ পৰা অৰুন উদই অমাৰ আগত প্ৰকাসিত হৈছে, ৭৮ সেই ক্রিপাৰে পাপ মোচনৰ দোঅৰািই পৰিত্ৰান হোআৰ গিয়ান তেঁওৰ লোক- বিলকিক দিবৰ নিমিতে, ৭৯ প্ৰভুৰ পথ জুগুত কৰিবলৈ তেঁওৰ আগতে তুমি এই জাবা । পাচে সেই লৰা বাহি বুধিৰে সক্তিমন্ত হৈ গল; আৰু ইসএল লোকবিলাকৰ অগিত প্ৰকাস হােঅ দিনলৈকে হাবি ঠাইতে আচিল । ৭ ৬ অ7 হে ২ অধি।। সেই কালত অগস্ত কৈচৰ পৰা সকলো ৰাজ্যৰ পিয়ল কৰিবলৈ অাগ্য। দিয়া হল । ২ চুৰিয়া দেসৰ অধিকাৰ কুৰিনিয়ৰ কালত এই প্রথম পিয়ল কৰা হৈচিল । ৩ তাতে নাম লিখিবৰ নিমিতে সকলো মানুহে গাই পতি
পৃষ্ঠা:New Testament in Assamese.djvu/১০৭
অৱয়ব