পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ মোৰ জীৱন সোৱৰণ স্বামীৰ মূখ নেদেখাকৈযে আমাৰ যিজনা বাইদেও বাৰী হৈছিল, তেওঁৰ নাম পিয়ালী। মই শিৱসাগৰলৈ অহাৰ দুই-তিনি বছৰৰ পিছতে মৃত্যু ইল। তেওঁ মোৰ চকুত এটি সিদৰ প্ৰতিমূৰ্তি ছিল। চুকত এলাগতীয়াভাৱে পৰি থকা নি আৰু সুমধুৰভাষী এই প্ৰাণীটাৰ হৃদয়ত শোক আৰু মিফলতাৰ কি তৃহ-জুযে তেওঁক একেবাৰেই পুৰি ছাই কৰিছিল, তাক অ্যামী ঈশ্বৰেহে জানিছিল। কঠোৰ নিৰ্মম পালনেৰে শাসিত হিন্দু-সমাজৰ কেইজনে এই কথা দ-কৈ ভাবি তাৰ প্ৰতিকাৰ কৰিবলৈ অগ্ৰসৰ হয়? বঙ্গদেশৰ দয়া-সাগৰ বিদ্যা- সাগৰ বাহিৰে আৰু কেইজন? পিয়ালী বাইদেওৰ মৃত্যুৰ চিত্ৰটো এতিয়াও মোৰ মনত আছে। যিদিনা তেওঁৰ মৃত্যু হব, সেইদিনা ৰাতি তিনি বঙ্গ, তেওঁ গাইপতি সকলোকে না আৰু সৰ ধৰি মাতি-বন্দী-সেটা লগুৱ-লিগিৰীবোৰলৈকে সকলোকে-সত দায়- দোষ কাটৰ বাবে মা প্ৰাৰ্থনা কৰিছিল। মই সৰু লৰা, ছিলো। মোকে টোপনিৰপৰা জগাই তোলাই নাই নাই যেৰ ওচৰতো তেওঁ মা মাগিবলৈ নেপাহৰিছিল। মই নিৰ্বাক মিশতাৱে তেওঁৰ কথা শুমি উচুপি-চুপি কালিবলৈ ধৰিলে। মোৰ ভাই এট। তেতিয়া কেচুৱা৷ তাৰ নাম কাঢ়ি তেওঁ কলেই তাৰ সৈতে ধেমালি কৰিবলৈ নাপালে!” এই কথাৰ গ যিনি নয় শিতে, তেওঁ ৰৈ নাম লৈ, মাকৰ কোলাত মূৰ থৈ, ই সংসাৰ পৰিত্যাগ কৰিলে! কালো চোলে ঘৰ তৰি পৰিল। আগেয়ে কৈছে, আকৌ কওঁ যে, পিতৃ হৃদয় কোমল আৰু আয়সকলৰ এতি মেনে তা ছিল। যে পৰিবাৰ কোনো এনে যদি কোনো বোহ পানিই ও এলাহ মিয়ই ই-তি গত নোযোৱাকৈ একে যে, গে মিলে লৈ মাতি মাতি নেই তা এবিনি -