ঘৰুৱা জীৱন- ৮৩ নতুন ঔষধ পুপি চাই উলিয়াই নিজে কৰি খুৱ ই চিকিৎসা কৰিও পুতেকক ৰক্ষা কৰিব নোৱাৰিলে। তেওঁৰ ঘৈণীয়েকে। স্বামীৰ মুখ নেদেখাকৈ ৰী হল। বিয়াৰ দিনা কন্যাৰ কয়েক সে কি কব নোৱাৰে—ন-গোসাই প্ৰভুৰ প্ৰতিমূৰিটো আৰু তেওঁৰ ব্যৱহাৰ অতিকৈ চকুত পৰা হৈছিল। বিযাৰ সন্থাত তেওঁ এটা কাঠৰ মৃঢ়াৰ দৰে বহি আছিল , আৰু পাছে, আমাৰ নিচিনা সাধাৰণ মানুহে সৈতে কথা-বাৰ্তা পাতি আমাক (হলোঁৱেই বা দৰাঘৰীয়া) আদব- অভ্যৰ্থনা কৰিলে, কেনেবাকৈ তেওঁলোকৰ গোৰ্স'ই-এ দীঘল মেটোৰ এডোখৰ চুটি হৈ পৰিব—এই ভয়তে তেওঁ সহিত ৈ আছিল। এওঁলোক তো পুৰণি সমৰ দাৰি কৰিব পৰা নগোগায়েই --অসমত ফেঁচামৰীয়া গোসাইৰে পৰা আৰম্ভ কৰি খৰিকটীয়া গোসাই লৈকে গোসাই নামৰ প্ৰাণীসকলে সাধাৰণ লোক যত ছোৱালী দিবলৈ ওলায়, অথচ বিষাৰ সময়ত আষ্ণোৱালে নেপোৰ ভেমৰ খুটাত আউজি থাকি কি যে কৰে তাক কি কলা! এবাৰ মনত আছে-এম শিৱসাগৰৰ লোকৰ বিয়ত নিমন্ত্ৰিত হৈ মই না ঘৰীয়াৰ সৈতে বিয়ালৈ গৈছিলো। আমি, কলাঘৰীয়া গোশাই পলিমূৰ পাওঁতেই গোসাই ঘৰৰপৰা আদেশ আহিল, যে, আমি আমাৰ ভৰিৰ জোতা-মোজা সোলোকাই পদব্ৰজে গৈতে তেওঁৰ গৰি চাপৰ তিৰ সোমাব পাৰিম। আমিও তা-মোজা মোশোলোকা, তেওঁলোকেও নেবে। হত দৰবৰীয়া আৰু কাষৰীয়াৰ ভিতৰত তাহতি হোৱাৰ উপক্ৰম। অনেক কষ্টৰ আৰু আগে-পিজোৰৰ পিছতহে এটা হেস্তনেস্ত হৈ এই গণীয়া [ ওৰ পৰে। তেষেই অসমীয়াখনক খালে। এ বুলি বা না আৰু সময়ৰ সোতাবিপৰীতে যাৰ এয়াসেই, আমাৰ গোসাই সকল আউলিকা বধুটাবোৰ হেগেলে কৰি পেলাইছে।
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯৭
অৱয়ব