পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুবা তেওঁ তেওঁৰ মনত শাস্তি নাপাইছিল! মি নি বংশ দুখীয়াই হওক বা চহকীয়েই হওঁক কাকো তেওঁ পালে মমতাৰ কোলেৰে নাদি নেৰিছিল। কিন্তু আন পিনে তেওঁৰ নিচিনা দৃঢ়চিত না ধৈৰ্যশীল মাই মই আজিলৈকে দেখা নাই বুলিলে বঢ়াই কোয়া মহয়। কোনো গজ কাম তেওঁ কৰিব বুলি সয়ন কৰিলে, তেনেলৈ যি হয়, কৰিবই কৰিব। সজ কাম বুলিহে এই খাবে, যে কোনো কাৰ্য যদি কাৰে অপকাৰী হয়, সেই কথা তেওঁক বুকাই দিব পাৰিলে তৎক্ষণাৎ তেওঁ তাক পৰিত্যাগ কৰিছিল। তেওঁৰ মূৰৰ ওপৰেদি অনেক ডাঙৰ ডাঙৰ বিপৰ গৈছিল; কিন্তু কেতিয়াও তেওঁৰু ‘nervous' থাৎ এন্তি আৰু ধৈৰ্যশীল হোৱা মেলেখিছিলো। বিগ মেই ডাঙৰ হওক তেওঁ চল টল হিমাচল। বৰ যিমান সুদৃঢ়বিশ্বাস আৰু ঈশ্বৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণেই (resignation) ইয়াৰ মূল কাৰণ। তেওঁৰ চকুত আনন্দা, ভক্তিবিগলিত প্ৰমা মই দেখিছিলো, কি ম দিব পাৰে, ৫ে শোকা কেতিয়াও দে নাছিলো। মৃত্যুৰ আগতে তেওঁৰ পুতেক গোপাল বাহিৰলৈ আমি তুলসীৰ তলত খোৱা হল। ঘৰে ঘৰোৱাহে কালি কালি আকুল। কি দেউতাৰ চকুত এটোপা পানী নাই; তেওঁ যত্যুশয্যাশায়ী পতা মৃত্যুবাল গৰ্ণে যি যি আয়োয় কৰিব লাগে, তাৰ কৰি আছে। সেই মৃত্যুষাল ব্যাঘাত তাত, তেওঁ লোকে ভাবি কি মৰু কৰি, পুতেকৰ মূৰণিৰ ফালে বহি কি গীতায়েৰে!” ও ” এই মহাম লোলৈ লি। গতিৰ সকলো মানুহ কাশফি গল। “ যা শ ম মূল বী” এই ৰাষ' মা তেওঁ না টানে বেছি সময় পুতেক সেবাওঁতে গোৱতে, বৰ মুখত পৰিা কে এবাৰ কৈ “” বুলিলে। পিতা ফ