ta মোৰ জীৱন সোৱণ এলাক পাৰিছিল। এইদৰে নাম লেখাই দি দেউতাই কত লোকক উকিল পাতি দিলে, কিন্তু সেই ব্যৱসায় নিজৰ পুতেকৰ অনুপযুক্ত বুলি ভাবি এটি পুতেককে উকিল নকৰিলে। তেওঁৰ পুতেকসকলৰ ভিতৰত সেইদেখি কোনো কেৰাণী, কোনো স্কুল-মাষ্টৰ, আৰু কোনো মৌজাদাৰ। গোলাঘাটৰ ফালৰে ন-গোসাইৰ ঘৰত তৃতীযজন ককাইদে ওৰ বিয়াৰ সম্বন্ধ ঠিক হয। মাঘমহীযা আমি ঘৰে ঘৰোৱাহে সেই বিয়ালৈ বাবলৈ উদ্যোগ কৰিছোইক, এনেতে মেঘ-দেৱতা বাম হল। বৰষুণ হল। সেই বৰষুণ হেনে অকাল-বৃষ্টি , গতিকে অমঙ্গলীয়া। বিয়াৰ দিন সেইবাবে হুহকি গল। অকাল-বৃষ্টিৰ দুৰ্দিনৰ দোষ একাই হোকা দিনত আমি নাৱেৰে গৈ বিয়াৰ কায্যক্ষেত্ৰত উপস্থিত লোক। শিৱসাগৰৰ পৰা যাত্ৰা কৰিবৰ আগতে আমাৰ বৰা এই বৰ ইচ্ছা হল যে তওঁৰ জীয়েকৰ বৰ পুতেকক (১৩ ১৪ বছৰীয়া স) বিয়ালৈ লগত লৈ যায়। তেওঁৰ ইচ্ছাৰ কথা কোৱায়েকলৈ কৈ পায়াত জোৱযেকে পিতৃদেৱতালৈ চিঠি লেখিলে যে তেওঁ তেওঁৰ পুতেকক বিয়ালৈ যাবলৈ দিব পাৰে,যদি তাক ককাক-বুট-মাকৰ এত এত “ নিম্ন-পাকা ধুৱাই বুলি দেউতাই অঙ্গীকাৰুপত্ৰ লেখি দিয়ে। জোৱায়েকৰ এই অদ্ভুত চিঠিৰ কথা শুনি বৰা নাই এত হাহত হল, আৰু দেউতাই চিঠি উত্তৰ নিদি মনে মনে ফিল। দৈব-দুৰ্বিপাকত আৰু এ ক অকালবৃষ্টি হৈ যাকে বিাৰ এবিতা এন্মালে। তাতে কিছুদিন থাকি তাকে বিয়া হোেকাই দুৰ্বিপাক দোষ হত এই সেই বিয়া সম্পাদন কৰি বলৈ এত্যাবৰ্তন কৰা হল। ওপৰত উল্লেখ কৰা প্ৰতিবতাই সি ৰিহৰ গভত থকা একলৰ সতে দিছিল। বিয়াৰ কি নিৰ পিছতে সেই কাইদেওজন কাৰ নৰীয়াত পৰি শিৱসাগৰলৈ আলি। সেই অশেষ চেষ্টা আৰু পৰিশ্ৰম কৰি ৰমে নতুন A
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯৬
অৱয়ব