পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ মোৰ জীৱন সোৱৰণ ধৰিলে; ফলত আমাৰ ছন্নভঙ্গ হল। আমাৰ ফলীয়া ৰণুৱাবোৰ বিদ্যাৰ পৰ্বতৰ গাৰ পৰা খহি পৰিবলৈ ধৰিলে। মনত আছে, গোপাল বাবুয়ে মোৰ পৰা তেওঁৰ প্ৰশ্নৰ বলিয়ালি অৰ্থাৎ ভুল উত্তৰ শুনি লাহেকৈ মোক তিৰস্কাৰ কৰি কলে “আজি মদংখানাৰ পৰা এই ফালে বতাহ মাৰিছিল নে কি?” মই সই তিৰস্কাৰৰ আছিল মম্মত যদিও তেতিয়া প্ৰবেশ কৰিব নোৱাৰিছিলো, তথাপি এইটে বুজিছিলে, যে মাষ্টৰে মোক খুব শুনাই দিলে। যি হওক, সেই নাৰ পৰা মই সকলো চালাকী পবিত্যাগ কৰি লেছনটোৰ গোটেইবোৰ শব্দৰ মানে মুখস্থ কৰি তেওঁৰ সমুখ হবলৈ ধৰিলে। ইয়াৰ পিছত দুনি-চাই- দিন গোপাল বাৰুৱে আমাক মানে-কোৱা বিদ্যাত ঠিক পাই, আকৌ আগৰ ৰীতিলৈ উভটি গল, আৰু আমাৰ ভিতৰৰ অনেকে পৰিত্যক্ত টেঙৰালি পুনৰ অৱলম্বন কৰিলে। সুত তোয়ধৰ শৰ্মা পণ্ডিত নামেৰে পণ্ডিত এজন কিছুদিনৰ নিমেৰে আমাক সংস্কৃত পঢ়োৱা পণ্ডিত হৈছিল। সংস্কৃত তেওঁৰ প্ৰগাঢ় ব্যুৎপতি আছিল। তেওঁৰ সাজ-পাৰ আমাৰ দেশৰ পুৰাণ কলীয়া বিধৰ আছিল। এদিন তেওঁ মুগাৰ চুৰিয়া পিন্ধি আহি ক্লাছত বহিলতে আমাৰ ভিতৰৰ টপটপীয়া লৰা এটাই মাত লগালে, “আজি ছাৰে (Sir) মুগাৰ চুৰিয়া পি আহিছে।” এই কথা শুনি পণ্ডিতৰ বৰ উঠিল, আৰু তেও লৰাটোৰ ফালে চাই কলে “হৰ তোৰ বাপেৰৰ ঘৰৰ মুগাৰ চুৰিয়া মই পিৰি আহিছে নে?” এই কথা শুনি মি যোবা দূৰত থাওক, কিয় কব নোৱাৰে, লৰাৰোৰ গিৰি মাৰি হিবলৈ ধৰিলে। দু। বিষয় সিহঁতৰ ভিতৰত এই লেখকো আহিল। পতিতে যে। পিতৃলোক বৰ সন্মান না কি কৰিছিল, আৰু পিতোইও তেওঁক পুতে যে কৰিলি; তাৰ খাই কাৰণ - পিনো বন্ধু স্মৃতি মিত্ৰৰ অ্যাপক ছিল।