ws মোৰ জীৱন সোৱৰণ স্যাৰ সৰু পুথি এখনৰ মন্ত্ৰ এই তিন দিনৰ ভিতৰত সম্পূৰ্ণ কৈ মুখস্থ কৰিব লগীয়াত পৰিছিলো; আৰু অগত্যা কৰিছিলো। প্ৰথম দিন চেৰেকলৈকে আনে দেখুৱাই দি মোক সন্ধ্যা কৰিবলৈ শিকাইছিল, পিছত নিজেই কৰিব পৰা হলো। তেতিয়া সন্ধ্যাৰ মন্ত্ৰবোৰ মোৰ মনত নগাৰ দেৱান যেন লাগিছিল; কাৰণ তাৰ মানে একো নুবুজিছিলো; আৰু আনে বুজাইও নিদিছিল, অথচ মুখৰ মাতি সেইবোৰৰে সন্ধ্যা কৰিব লগীয়াত পৰিছিলে, নকৰিলে হেনো ব্ৰাহ্মণ পতিত হয়। সেই দেখি প্ৰাণপণে সেই কাৰ্য সমাপন কৰিছিলোঁ। মই অনেক কালৰ পিছতহে হৃদয়ঙ্গম কৰিছিলো যে সাৰ বেদম বোৰ মানে অতি সুন্দৰ; অথচ মোক আগে সেইবোৰৰ মানে কোনেও ভালকৈ বুজাইনিদি সেইবোৰ মোৰ পক্ষে সন্নিপাত অৰত পৰা মানুহৰ বী-বিয়নি আৰু সন্ধ্যা অনুষ্ঠান বোৰক সেই মৰীয়াৰে আনুসঙ্গিক বস্তু বুলি ভবা কৰি তুলিছিল। আল-ডোত সেই দেখিয়েই মই দিনে পাৰি মেলি আউলী একাদশ বিচাৰি ফুৰিছিলে, যাতে সন্ধ্যা খতি পাও; কাৰণ “সাৰং না মান্তি” লিৰ বচন মোৰ পৰুে চিন হৈ পৰিছিল। বলা ফুলত প্ৰথষতে মোক বলা হত নাৰ লগাই দিয়া হল; একেবাৰেই তৃতীয় অত। সেই কালত অসমীয়াৰ মাতৃ ভাষা বলা; সমীয়া তাবাটো এটা তাৰী তা নয়, মাধোন বলা যাবে এটা হেনাফাত, এই সুৰ বৰবৰ্তী হৈ, পমেটে আসামত অসমীয়া লৰাৰ নিমিতে “আদৰ্শ বিদ্যালয়” নাম দি মাত্ৰবৃত্তি পাই কৰিবলৈ বলা ফুলৰে পাতি দিছিল। ৰ শিৱসাগৰতো ইংৰী ৰ ওচৰতে শাৰী পাতি এনেকুৱা মিহা বিৰ চোৰাৰে তি হোৱা “ ববিতায় এটাই বৰ , ব যে, বৰ
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭২
অৱয়ব