পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo - বঙলা স্কুল চকি, বৰ বেঞ্চ লৈ, অসমীয়া কুমলীয়া লৰাৰ কুমলীয়া মনৰ ওপৰত ঘে-পিহা জাতৰ নিচিনা বলা ভাষাৰ তাত এখন ঘৰকৰে ঘূৰাই আছিল। সেই স্কুলতে প্ৰথমতে মোৰ প্ৰবেশ ঘটিল। তাৰ হেডপণ্ডিত জন আৰু দ্বিতীয় পণ্ডিতজন বঙ্গদেশীয়, তৃতীয় পণ্ডিতৰে পৰা পাৰ কৰি তলৰ কেইজন অসমীয়া আছিল। হেড পণ্ডিতজনৰ নাম তাৰক বাবু, (তেওঁৰ উপাধিটো পাহৰিলে।) দ্বিতীয় জনৰ নাম প্ৰাণ কৰ। যিজন তৃতীয় পণ্ডিতৰ তলত মই বলা বিদ্যা উপাৰ্বন কৰিব লগীয়াত পৰিছিলে। তেওঁৰ নাম লম্বোদৰ আছিল। তেও তেওঁৰ উপাধিৰ ঠাইত দত নে দাস লেখিছিল, মোৰ মনত নাই; কিন্তু এই দুটাৰ এটা নিশ্চয় হয়। সেই কালত অনেক অসমীয়া শূদ্ৰ তৰ মানুহে, বালীক দেখা-দেৰি নিজৰ নামৰ লগত দত্তৰ নিচিনা বাণী উপাধি লগাই দিয়া দেখিছিলো। তেলোকৰ মনত এবাৰৰ বোব কৰে। খেলোৱা নাছিল যে দাস উপাধিটো শাস্ত্ৰমতে লেখি চলাই দিব পাৰিলেও, দত্ত উপাধি অসমীয়াৰ পৰুে অচল। যি হওক কোনো কোনো অসমীয়াই তো দত্ৰ হৈয়েই আহকাল খৰিয়ালৰ হাত নাৰি ভাটি-চুলি পকাই দিছিল। মাথোন এদিন এজন অসমীয়া দৰ নাওখন দৈবাৎ এদিন আমাৰ ঘৰত ঘপ কৰে চটত লগা দেখিছিলো। আমাৰ ঘৰত চৰাতে পৰ্বতীয়া গোসই সম্পকীয় এন বাণী তলোক বহি আছিল; এনেতে অসমীয়া দত্ত এজন উপস্থিত লহি। তেওঁক সেই বালী ভদ্ৰলোকনেৰে চিনাকি কৰি দিয়াৰ পিছত, বাণীনে তেওৰ নাম সুখি যেতিয়া জন্ত পালে, তেতিয়াই তেও কোন খেল, নে মোৰ দত্ত এইবোৰ এখেৰে তেওঁক তলিং কৰি পেলালে। ওই মৃত নামতা” কৰি ৰণ পৰ কি মজা ত্যাগ কৰি এই আহলীয়া অন্যায় অত সাৰিছিল। লয়ে পণ্ডিতৰ বৰণটো ক'লা, মুত চ + ধ