মোৰ জীৱন সোৱৰণ আৰু দ্বিজ হলেই শদিৰৰ ঘৰত ভাত খোৱাৰ স্বাধীনতা মোৰ নাই- কিয়া হব , মই বামুণৰ শ্ৰীলৈ উঠিম, আৰু উঠিলেই চিৰ কাললৈকে মই শদি ন্ধুসকলৰ পৰা বিহাৰত নহলেও অন্ততঃ আহাৰত এৰা- এৰি হম, এই নিমিত্তে, অৰ্থাৎ মই বামুণ হোৱাৰ বিপদত বা সম্পদ পৰাৰ আগতে, মোক তেওঁলোকৰে এট বলি ইমান দিন ভাব কৰি আহে তেওঁলোকে ভালকৈ একোসাজ গুৱাই তৃপিধ ধাৰ শুদ্ধি লৈছিল। শিৱসাগৰত ত্ৰিলোচন শৰ্ম্মা নাজিৰ বলি এজন চাৰ পণ্ডিত ব্ৰাহ্মণ আছিল। তেওঁ সকলো বামুণী বিধি-বিধান দিযা কায্যত, আৰু শান্তিকম, গ্ৰহযজ্ঞ, তিলহেম, বটুক-পাঠ, বিয়াশৰাধ আৰু লশুণ-দিনি আদি কায্যত অতি পৰিপক্ক আছিল। সঁচাকৈযে ত্ৰিলোচন নাজিৰদেউ বৰ পণ্ডিত মানুহ আছিল। নাজিৰ আমাৰ বৰৰ পুৰোহিত আছিল। মোৰ লগুণ-দিঘনিত তেৱেই প্ৰধান পুৰোহিত আৰু প্ৰধান দ্ৰষ্টা আছিল। অপ্ৰধান কাৰ্য-কাৰক আন আন অনেক ব্ৰাহ্মণ পণ্ডিতেৰে সৈতে, লম্বোদৰ শৰ্মা নামেৰে বুক পণ্ডিত এজনৰ কথাও মোৰ মনত আছে। হোৰ অন্তত লগো বাপু যেতিয়া হাতত দুব্বা লৈ, এবৰ নালৰ তলিত হোৱৰ বিউৰে সৈতে ভ বা ছাই সানি সেই তাৰ ফোট ম মাতি আমাৰ কপালত দিবলৈ উদ্যোগ কৰিছিল, সেই উদ্যোগ-পৰ্বৰ অভিনয় দেখি, হাঁহিয়ে মোৰ পেটত আঙোৰ-পাঙোৰ কৰি মুখৰপৰা খুকখুকনি তুলি দিছি। পিতৃদেৱতাৰ এটা ভাবিয়েছে সেই বিদ্ৰোহী গহিক সবাই তেতিয়া মোক প্ৰকৃতি কৰিব পাৰিছিল। গহিৰ কাৰণটো অৱৰে মই ও-লবো বুচ মা। তেওঁৰ হাত বৰকৈ কপিছিল। কাণ্ডাং কাতাং হেতী পৰু পৰু পৰি এবানো দুঝে এত হয়ে। এতেন ' (ইয়াৰ মানে প্ৰত্যেক কাও বা গদি ৰা
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭০
অৱয়ব