পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লগুণ-নিয়নি— ( মোৰ কৰ্ণবেধ অৰ্থাৎ কাণ-বিনি কেতিয়াবাই হৈ, কাণৰ তোমোলা বিন্ধাত সীহৰ কৰিয়া, খৰিকা আৰু কুহিলাৰে পৰা আৰম্ভ কৰি সোণৰ বাথৰ পতোৱা লংকে পৰ্যন্ত সোমাই ওলমি টিবি-ঘিলাইছিল, তথাপি “অফিছিয়েলি” (Officially) অৰ্থাৎ শাস্ত্ৰীয় ৰমে কৰ্ণবে। আৰু চূড়াকৰণ আদি ব্ৰাহ্মণৰ দশসংস্কাৰৰ ভিতৰা সাৰ সেই দিন লণ্ডন-দিয়নিৰে সৈতেহে সমাপিত হৈছিল। এটা কথা এইখিনিতে কৈ থোৱা যাওক; যে লণ্ডণ দিয়নিলৈ চাৰি-পাচ দিন কাৰে পৰা দিনৌ, আমাৰ টোলৰ ভিতৰত নিবাসকৰো ব্ৰাহ্মণ সকলৰ বহাৰ পৰা অয়-ব্যঞ্জন ভোজনৰ অৰ্থে মোলৈ ভূৰি ভূৰি নিমন্ত্ৰণ আহিছিল; আৰু মই আনন্দ মনেৰে নিমন্ত্ৰণবোৰ ৰক্ষা কৰি আত্মতুষ্টি আৰু পৰতু সম্পাদন কৰিছিলো। এনে মূৰি সময়ত এনে নিমন্ত্ৰণৰ উৰি উঠাৰ অৱশ্যে মানে আছিল।-শাস্ত্ৰৰ বচন হৈছে, “না জায়তে শূদ্ৰঃ”; অৰ্থাৎ উপজিবৰে পৰা যদিও মই বামুণৰ লৰা, তথাপি শামতে সংস্কাৰ নোহোৱালৈকে এজতুৱা শূদিৰ হৈয়ে আছিলোঁ;-যদিও এনেকুৱা শূদ্ৰত্ব অমুক শৰ্মা পণ্ডিত বিদ্যাৰ্ণব বাপুৰ ঘৰৰ পৰিলী নামৰ মেকুৰী জনীৰ মেকুৰীৰ শাৰীৰ হে। অৰ্থাৎ পণ্ডিত যাদেউৰ মেকুৰীজনী যদিও বামুণৰ ঘৰৰ মাজাৰী, তথাপি তাই থিতাতে ওচৰ চুবুৰীয়া কৈবৰ্তৰ ঘৰত সোমাই পোৰা-মাছ পইতা ভাত খাই কিতাৰে কোৱাৰি চেলেকি মাহি, পণ্ডিত বাপুৰ সতৰ পাতৰ পৰাও তত তপত খাই লৈ যদিও ত গতিৰে এষাৰ কৰে, তথাপি বাপুৰ বা তাতে এটি হব নোম; কাৰবাৰে বিৰলীৰ ব্যৱহাৰ দেখি কি কৰ্তব্যবিমূঢ় নহৈ আৰী পৰে গুটি বুলি ম নাতি সেই কে কৰি লৈ, মাগ+কে এN্য কৰি শ তো কৰি কৰি তোল নাত ও নাই। যি বক; সংবা তিস্য মোঃ ন দিলেই এই ি,