eb মোৰ জীৱন সোৱণ সাতুৰি পাৰ হওঁ। এইটো উজু কাম যে হয়েই বৰং risky বিপদ- নকেই বুলিব লাগে; কিন্তু মোৰ মনত তয় সংশয় একো নুপৰিছিল। এই কাৰ্য্য কি আমি পিতৃদেৱতাৰ অগোচৰতহে কৰিছিলো, কেনেবাকৈ তেওঁৰ গোচৰলৈ আহিলে শান্তি পাইছিলোঁ। বুদুৰাম মুক্তিয়াৰ নামৰ ভকত এজনক আমাৰ পুখুৰী পাৰতে ঘৰ দি দেউতাই ৰাখিছিল। তেও কমলাবাৰী সত্ৰৰ ভকত আছিল। কমলাবাৰীৰ ভকতক সদায় পুৱা-গধূলি একো কঠা চাউল দি আমাৰ ঘৰত পোহা পিতৃদেৱতাৰ এটা অখণ্ড কাব্য আছিল। বুদুৰাম মুক্তিয়াৰক আমি সকলোৱে “বুদু আতৈ” বুলি মাতিছিলো আৰু শ্ৰদ্ধা আৰু সন্মান কৰিছিলোহঁক। তেওঁ বাঢ়ৈৰ কাম ভালকৈ জানিছিল। তেওঁৰ আৰাই আমি পমা কাঠৰ সৰু নাও এখন কৰাই লৈ পুখুৰীত মাও বাই ফুৰি, মাজতে আপোন ইচ্ছাতে নাওখন বুৰাই, পানীতে আকৌ সিচি লৈ তাত উঠি অপাৰ আনন্দ ভোগ কৰিছিলোঁ। মোৰ এই নৌবিহাৰ ইমান বঢ়া-বঢ়িত পৰিছিল গৈ যে দেউতা ৩লে জোনাক ৰাতি মনে মনে আহি নাও খেলাই ফুৰিছিলো। সৰ্বমত্যন্ত পহিতং” বুলি কোৱা কথাই ফলিল। এদিন ৰাতি সেই কাৰ্য্য কৰি থাকোতেই হাতে-কলৰে ধৰা পৰিলে; ফল প্ৰহাৰং” হল আৰু পিছদিনা নাওখন forfeited অৰ্থাৎ পংবা জৰিমনা হৈ কটা পৰিত, আৰু দুই-চাৰি দিনতে সি বুদু তৈৰ সহায়ত এখন তক্তাগোছ বা চাল শত পৰিণত। ইত্ৰৰ নেৰত বিহাৰী বন্যা কবী পা হৈলি, আৰু মোৰ নলত আমাৰ লবিহাৰী নাৰী চা হল! লদিনি বিলাই মোৰ আৰু মোৰ ভৰি এটাৰ ন দিয়নি arni fire attinet (Private ) fie mare T67
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬৮
অৱয়ব