- স্কুলীয়া জীৱন- উঠা-নমা আৰু আগবঢ়া—পিছহোক। এনেকৈ দই মিনিটমান আন্দোলিত হৈ পুখুৰীটোৱে আকৌ আগৰ সৌম্য শান্ত মূৰ্তি ধাৰণ কবলে। এইটো কিবা আধিদৈবিক বা অধিভৌতিক উৎপাত বুলি ধৰি পিতৃদেৱতাই পণ্ডিত ব্ৰাহ্মণ সকলৰ দ্বাৰাই ইয়াৰ পিছত স্বস্ত্যয়ন, শকিৰম কৰোৱালে, আৰু নাম-ঘৰ বা গোঁসাই-ঘৰত পাল-নাম ( ৱািলে। এই ঘটনাৰ পৰা কিছুদিনলৈকে আমি সেই পুখুৰীত আমাৰ উৎকট জল-ক্ৰীড়া স্থগিত কৰি ৰাখিছিলোঁ; কিন্তু তাৰ ‘পছত—“যথা পূৰ্বং তথা পৰ।” সকলোতকৈ সৰহ সময় মই পানীৰ তলত বুৰ মাৰি থাকিব পাৰিছিলোঁ, আৰু এক বুৰতে চাৰিপৰীয়া পুখুৰীটোৰ এচুকৰ পৰা diagonally আনটো চুকত ওলাইছিলোগে। পুখুৰীটোৰ এটা পাৰত একে ঠাইতে লগালগিকৈ এজোপা কঠাল, এজোপা মোল আৰু এজোপা তেতেলি গছ আছিল। তেতেলি গছৰ ডালবোৰ পুখুৰীটোৰ পানীৰ ওপৰলৈকে মেল খাই গৈছিল। তেতেলিৰ ডালত উঠি তাৰপৰা প মাৰি পং কৰে পানীত পৰাটো মোৰ নিত্যকৰ এটা কৰ্ম্ম আছিল। পাৰৰ পৰা ওলোটা বৰ মাৰি পুখুৰীত পৰাটোও মোৰ আম এটা বাহাদুৰীৰ কাম আছিল। মুঠতে বাটেদি বা সেঁ-বাটেদি পুখুৰীত নামি গাধোৱ বা পুখুৰীৰ সৈতে “লেন- দেন” কৰাটো মোৰ স্বভাৱ-বিদ্ধ হৈ পৰিছিল। মই সাতোৰা বিদ্যাত পৰিপ হলো যেতিয়া সঙ্গীসকলেৰে সৈতে যুক্তি কৰি একে-একো দিন দিতে সেই কাৰ্য্য কৰিবলৈ ধৰিলে। বাৰি দিখৌত সাপৰ-নেগুৰছিগা সেঁত। একে-একো দিল তেনে ধৌত পৰি সাতুৰি ইপাৰ-সিপাৰ হৈছিলো। দিখৌৰ দুই পাৰে দুটা খুটা পুতি তাৰ পৰা লোৰ তাৰ লগাই তাত পাৰ নাও বাজি মানুহ, যোৰা, গাড়ী দি পাৰ কৰা হয়। বাৰি নি সেই নাৱত উঠি নৈৰ পাই তাত নাৱৰ পৰা ৰৰি দি পৰি
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬৭
অৱয়ব