৪৬ মোৰ জীৱন সোৱৰণ .. . . চুৰিয়াৰ কোচ উবুৰিয়াই আমাৰ আগত একোচ কাছ-কণী বাকি দিলে; তাৰ কিছুমান সম্পূৰ্ণ ঘূৰণীয়া, কিছুমান দীঘলীয়া। ঘূৰণীয়া- বোৰ বৰ কাহৰ কণী, আৰু দীঘলীয়াবোৰ দুৰাকাৰ কণী। পাচ-ছ। দিনলৈকে সেই কণী সিজাই নাইবা ভাতত দি আমি সকলোৱে থাই তৃপ্তি লভিছিলে॥ এদিন ৰাতি থাই-বৈ আমি নাৱত শুই আছোহঁক। এনেতে নাৱৰীয়াহঁতে দেউতাক কলে, যে বৰ ধুমুহা বতাহ আহিবৰ সম্ভৱ, কাৰণ লা মে এচটা পশ্চিমফালে আকাশত ওলাইছে। লৰালৰিকৈ দেউতাই সিহঁতৰ হতুৱাই নাও দুখনৰ গোজ কাচি মজপুতকৈ পোতাই বন্ধালে, আৰু আন আন বি সতৰ্কতা অৱলম্বন কৰিব লাগিছিল, কৰালে। পোৰ মিনিট মানৰ পিছতে গোটেইখন আকাশ কলা মেঘে চাটি পেলালে, হৰ হুৰ গিৰ গিৰ শবদ হল , বিজুলী :ৰিবলৈ ধৰিলে, আৰু লগে লগে ভয়ানক ধুমুহা আৰম্ভ হল, আৰু আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই বোন্দা থেকেচা দিবলৈ ধৰিলে। যাত্ৰা কৰি গুৱাহাটীৰ বাটত নাৱত উঠাৰ দিনাৰদৰে সেই দিনাও দেউতাই নাৱৰীয়াত আৰু চাহৰ- নাৰবোৰৰে সৈতে ৰাতি পানীত পৰি কান্ধ পাতি নাও দুখন কোনোমতে ৰক্ষা কৰিছিল। পিছ দিনা উই যাওঁতে এঠাইত দেখিলো, আমাৰ নাৱৰে নিচিনা নাও এখন উবুৰি হৈ এটা ডাঙৰ ৰীত লাগি আছে। পিছত নিলো বললে সেই মাৱৰ সকলো কেইটা আৰহী, গত ৰাতিৰ সেই ধুমুহাত মাও বুৰি নৈৰ পাত চিকাললৈ বিলুপ্ত। কৰাল কালে কোন দুৰ্ভয়াক সপৰিবাৰে এইৰে পানীৰ মৈত মিলে গেমে কব! তে ওতে এমি পুৰা নল বাগৰি আৰু ইয়া বলি এটাৰ ওপৰত এক বনৰীয়া এই লেখিলো। সতিত হৈ আইতে নৈৰ নিশালৈ পাৰিবি মনোগত বেটে
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫৪
অৱয়ব