৪৫ নাযাবও পাৰে। -আমাৰ ৰংপুৰ যাত্ৰা পৰিণত হবগৈ পাৰে, এই আশঙ্কা কৰি। ঘুলিটো ভাল . তাত নাও বান্ধি থাকিলে কোনো ভয় নাই, আৰু শীয়ে তেনে ঘুলি পোবা নাও বন্ধাৰ পিছত দেখা গল, দূৰত বালিৰ ওপৰত দুটা কি তিনটা ডাঙৰ কাছ বগাই গৈছে। নাৱৰীয়াহঁতে কলে, যে কাছকেইটা কাটাপ কাছ। সিহঁতে এনে বতৰত বালিত কণী পাৰিবলৈ উঠে। আমাৰ লগুৱা ধনীয়ে এই খবৰ শুনিয়েই কাহৰ ফালে চোচা বলে। আমি লৰ দিলে॥ মাহ অহা গম পাই, কাছ কেইটাই অভীপিত কায্য স্থগিত ৰাখি, উভটি নৈৰফালে প্ৰাণ- পণে লৰ দিলে। ধনীৰ বেগ অনুপাতত কাছৰ বেগতকৈ বেছি হোৱাত, সি কাছ এটাক আগছি ধৰি ততালিকে লুটিয়াই পেলাই তাৰ বুকুত ডাঙৰ গোৰ এটা মাৰি দিলে, যাক চলিত ভাষাত কাছ গোৰ বোলে। কাছটো একে গোৰতে অৱশ হৈ পৰিল। বাকী কেইটাই ইতিমধ্যতে পানীত পৰি প্ৰাণ ৰক্ষা কৰিলে। কাটো কাটিলত তাৰ পেটত দুকুৰিমান কণী ওলাল। এদিন নাওখন পাৰৰ নল-খাগৰিৰ কাষে কাষে বাওঁতে নাৱৰীয়া- ইতে চৰিৰ ফেৰো মুখেৰে হেচা মাৰি ধৰি এটা দুকাছ ধৰিছিল। কাছটোৰ পিঠিত এটা ভোটা কাইট বা খড়গৰ ৰে আছিল। সেই কাছটোক হেনো নল-দুৰ বোলে; আৰু সি হেনন নাৱৰীয়াহঁতে কামটো কি কৰিলে কব নোৱাৰে; সৱতঃ তাক খাৰ শ্ৰেীভূত কৰি ৰাৰািঢ়ি পেটত তৰাইলে। আমাৰ নীয়ে কি কি কৰিছিল কব নোৱাৰে; কাৰণ কাছটো বা বুলি শুনি সি দেউতাই মুশুনাকৈ আমাৰ আগত প্ৰতিবাদ কৰি তলত দিয়া শাৰ বচন মাতি তাৰ অত ব্যাখ্যা কৰি কৈছিল-“কীৰ্তন যোত এই হাই খাবলৈ কৈছে; যেনে, দুৰাচাৰ বৰ মোৰ হৰি বোল। অৰ্থাৎ মোৰ মনে তোক খাবলৈ কৈছে, তাই তো?” যাৰ নাৱৰীয়া এটাই এদিন বালিত ফুৰি তে আমি তাৰ
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫৩
অৱয়ব