পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-আমাৰ ৰংপুৰ যাত্ৰা ৪৩ তেতিয়া প্ৰায় সকলো ৰসিক তদ্ৰলোক মুখে মুখে এই পদ্য কেশাৰী বাগৰি ফুৰি তাৰ উদ্দেশ্য (mission) এক প্ৰকাৰে সিদ্ধি কৰিছিল। গজপুৰীয়া বৰুৱা ডাঙৰীয়াৰ সম্পৰ্কেও এটি ক্ষুদ্ৰ আমোদজনক কথা মোৰ মনত আছে। তেখেতৰ এটা ঘোৰা আছিল; ঘোৰাটো বেগী বা চোকা যে নাছিলেই, বৰং সি বটুৱা বদনামৰৰ হাত সাৰিব পৰা নহয়। ঘোৰাটোৰ মন্থৰ গতিত বা “বেগতিত বৰা ডাঙৰীয়া বিৰক্ত হৈ, এদিন তাক প্ৰকাশ্যে এই বুলি ভৎসনা কৰি লা দিছিল,-“ইস নেদেখিছা! জানি ইত্ৰৰ উচ্চৈএভোৰছে। বলে। তিউৱা বুটমাহ খোৱাহে খোৱ, খোজ কাঢ়িবৰ ফালে মন হলে নাই।” —আমাৰ ৰংপুৰ যাত্ৰা দুখন ডাঙৰ শুৱালকুটীয়া হোলদাং নাৱেৰে আমি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাত্ৰা কৰিলেহঁক। গুৱাহাটীৰ পৰা শিৱসাগৰলৈ উলাই আহোতে আমাৰ ২২২৪ দিন লাগিছিল। পুত্ৰই দি উদাই অহা এই কালভোবৰ মোৰ পৰুে পাৰ আনৰ কাল। ফাগুনৰ শেহ হোৱা আৰু চতৰ আগছোৱাত বোধৰে, এই নৌকা যাত্ৰা সটিত হৈছিল। গৌতময় শুভ্ৰ বালিৰে দুকাষে দুটা তিৰ বিৰোৰা পাৰি দিয়া, নিৰ্মল ব্ৰহ্মপুত্ৰখন মোৰ মনত, ফটিকৰ সূতাৰে বোৱা এখন ডাঙৰ চেলেং কাপোৰ যেন লাগিছিল। আৰু তৰি যোৱা সেই বগা চেলেনত দুটা ফল টোকাপ বাই যোৱাৰ নিচিনাকৈ নাৰ নাও দুন চৰিৰ ঠেলাত বোৱা যেন লাগিছিল। একে একোটা বালি দূৰৰ পৰা একো একোটো নাৰ নোৰ চেনিৰ গত যে, আৰু একে-একোটা মন নেলি যেন