পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ জীৱন সোৱৰণ গুৱাহাটীৰ ভদ্ৰলোক সকলৰ ভিতৰত উকীল এম সেন, যশোমন্ত সেন, এই দুজনৰ কথা, আৰু গোবিন্দ ৰাম চৌধাৰীৰ কথা মোৰ মনত আছে। এওঁলোক আমাৰ ঘৰলৈ সততে আহিছিল, আৰু দেউতাৰ আদৰৰ পাত্ৰ আহিল। গোবিন্দৰাম চৌধাৰী ওখ, ডাঙৰ আৰু দেখিবলৈ বৰ সভা-শুৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দ ৰাম চৌধাৰী চকুত পৰা “চেহেৰাৰ মানুহ। কমলানাথ ফুকনৰ কথা প্ৰথমতে অলপ কৈছোৱেই। ফুকন ডাঙৰীয়া ৰঙিয়াল, ৰসিক, witty আৰু কৌশল কৰি লোকক বিদ্ৰুপ কৰিব পৰা নোক আছিল। মোৰ শুনা এতিয়াও মনত আছে;- কোনোবা এজনে হেনো ডবা এটা কিনিবলৈ তেওৰ পৰা ধন ধাৰে নিছিল। ডবা কিনাও হল, আৰু দিনে তাৰ ব্যৱহাৰ কিনোতাৰ ধত হবলৈ ধৰিলে, কিন্তু বাৰে নিয়া ধন অনেক দিনলৈকে সেইজনে ফুকন ডাঙৰীয়াক ওতোটাই দিবৰ নাম নকৰে। বৰুৱাৰ নিশ্চিন্ত গতি দেখি বাৰচেৰেক ফুকনে বাৰ সাধিলে, কি ফল একো নফলিল। তি নিজৰ মন সন্তোৰ অৰ্থে, তেও এই পথটো ৰচনা কৰি সমাগত বন্ধু সকলৰ আগত সুৰ ধৰি গাবলৈ ধৰিলে, বাবা- “দলৈ (অমুক) তাৰ ধন আজিলৈকে বাকী। (মূৰ কথা শুনি মৰে উকা ভৰি, ইকি (মুক কাকি।” এ Lampoon এাং বিনায়ক শত কেইৰে নাৰ আই এৰ অব পাৰিছিলনে নাই কব নোৱাৰে; কি যে এ মন যে অনেক পৰিমাণে মাইলি, তাৰ ল নাই; কাৰ