পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৱাহাটীৰ সোৱঁৰণ ৪১ কেইটা দিন মই মন মাৰি আলেঙে-আলেঙে ফুৰি কোনোমতে কটাই দিছিলো। বোপকৰৰ এই ঘটনা, পিতৃদেৱই গুৱাহাটীতে কামৰ পৰা অৱসৰ লৈ পেঞ্চন পাই শিৱসাগৰলৈ আহিবৰ কিছু দিনৰ আগতে ঘটিছিল , কাৰণ মোৰ মনত আছে, শিৱসাগৰলৈ আহিবলৈ যাত্ৰা কৰি গুৱাহাটীৰ ঘাটতে আমি সকললটি নাৱত উঠি থাকি, ৰাতি বালিত ভাত খাবৰ সময়ত, বৰ ডাঙৰ ধুমুহা বতাহ এটাই আমাৰ ৰা- বটা ভাত বালিৰে পুতি পেলাইছিল, আৰু বালিত তৰা আঁৰ কাপোন উৰাই নি ব্ৰহ্মপুত্ৰৰ মাজত পেলাই দিছিল; আৰু সেই ৰাতিৰ সেই দুযোগৰ সময়ত দেউতা আৰু ককাইদেওসকলে আম আন মানুহ আৰু নাৱৰীয়াহঁতৰে সৈতে পানীত নামি কাজ পাতি আমাৰ নাও দুখন ধৰি থাকি কোনোখতে ৰক্ষা কৰিছিল। মণত আছে, ধুমুহাৰ পিছত, সেই ৰাতিযেই তেওঁলোক দুয়ো কলিকতালৈ উভতি যাবলৈ বুলি সদাগৰী জাহাজত উঠে গৈ, আৰু পিছ দিনা মাতৃদেবীয়ে চকুৰ লো টুকি এই বুলি বেজাৰ কৰিছিল যে—“ল দুটাই কালি ৰাতি ইমান দুখোপালে, আৰু যোৱাৰ আগেয়ে এসা ভাত খাবলৈ আহি খাবলৈকো নাপালে।” গুৱাহাটীৰ সোৱষণ- ওপৰত উনুকিয়াইছে, যে পিতৃদেৱতাই এৱাহাটীতে একা এছিটে কামৰ পৰা অৱসৰ লৈ পেন্সন পায়। গুৱাহাটীৰ অনেক তলোকে, ঘাইকৈ লক্ষ্মীনাথ গজপুৰীয়া ৰা ডাঙৰীয়াই পিকে উলিলৈ উভটি নগৈ বাহাটীতে বৰ-বাৰী কৰি থাকিবলৈ ৰোধ কৰে। কিন্তু পিতৃতোই নিৰ পুৰণি ঠাই শিৱসাগৰলৈ উ যোৱাটোকে বিলি।