পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৱাহাটীৰ জীৱন- 99 হৈছিল :-শুদু-গুদুকৈ স্বদনৰ পৰা বিশদে লৰি ওলাই গৈ বিপক্ষ দলৰ কোনো এজনৰ হাতত বন্দী হৈ উশাহ এৰি হৈ-শুদু প্ৰাণ পৰিত্যাগ কৰাটো মাথোন। উশাহ এৰি হৈ-গুদুৱা মোৰ ককাইদেউ আৰু ভাগিনৰ বাহিৰে সেই ৰথী মহাৰথী সকলৰ ভিতৰত দুজনৰ নাম এজন প্ৰযুত হৰিবৰ দাস , আনজন এযুত গভীৰ মনই আছে। চন্দ্ৰ দাস। গুৱাহাটীৰ জীৱন পিতৃদেৱতা লক্ষীমপুৰৰ পৰা গুৱাহাটীলৈ বদলি হয়। অসম বুৰঞ্জী লেখক কাশীনাথ তামূলী ফুকনৰ জ্যেষ্ঠপুত্ৰ, গুৱাহাটী নিবাসী শ্ৰীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্বন্ধ পুৰণি কালৰে পৰা চলি আহিছে। উপৰি, কমলানাথ ফুকনৰ ভাযেক, শিৱসাগৰ নিবাসী শ্ৰীযুত মুক্তা ফুকন খাজাঞ্চী পিতৃদেৱতাৰ জোৱায়েক। আমি অলপ দিন মাখোন ফুকনৰ ঘৰত আছিলো। আমাৰ বংশৰ সুবিখ্যাত পীনাথ গজপুৰীয়া বৰা ডাঙৰীয়াৰ খালি হৈ থকা ঘৰ-বাৰীলৈ সোনকালে উঠি গলে ঠিক। গুৱাহাটীৰ বিশাল ব্ৰহ্মপুত্ৰ, আৰু চাৰিওগল পৰ্বতমালা বিকৃষিত মৰোৰ দই মোৰ মন অনিৰ্বচনীয় আনলেৰে পূৰাই পেলালে। সেই দৃশ্য চিত্ৰপট মোৰ হৃদয়-চিত্ৰশালত যাবজ্জীবন থাকিব। খকা, উমানন্দ, উৰ্বশ, নবগ্ৰহ, তবে, ববিতা আদিতামলৈ পিতৃদেৱতাৰ সৈতে লৈ মই যে কি পাৰ আৰু উপভোগ কৰিছিলে, কৈ তাৰ নোৱাৰে। মানে কাবা আৰু লৈ যাক সৰু বুলি পিতৃদেৱাই লগত মিয়া নাছিল।