মোৰ জীৱন সোৱৰণ পিছত আসাম গবৰ্ণমেণ্টৰ চাকৰি লৈ “একৃষ্ট। এছিষ্টেন্ট” হৈ আসামতে থাকিল। আমাৰ সুযোগ্য বন্ধু সদাগৰ শ্ৰীযুত ভোলানাথ বৰুৱা ডাঙৰীয়াই (B. Baruah) মোক এদিন কলিকতাত কৈছিল, যে তেওঁ ঢাকাত থাকোতে ডিব্ৰুগড় কাছাৰী পোৰাৰ ৰহস্য হঠাং এদিন তেওঁৰ আগত এটা ঘটনাসূত্ৰত উদঘাটিত হৈ পৰিছিল, হেনো ঢাকাৰ কোনো এটা মুছলমান বেপাৰীৰ মোকদ্দমাৰ নথি এটা পুৰি নষ্ট কৰিবৰ নিমিত্তে সেই বেপাৰীৰে এটা মুছলমান কৰ্মচাৰীৰ দ্বাৰাই সেই কাৰ্যটো সঘটিত হৈছিল। অনেক বছৰৰ পিছত, সেই ৰহস্য প্ৰকাশৰ বিপদ সম্পূৰ্ণৰূপে বিদূৰিত হোৱা আনি, সেই মানুহে বৰুৱা ডাঙৰীয়াৰ আগত কোনো সূত্ৰত সেই কথা স্বতঃ প্ৰকাশ কৰি নিজৰ বাহাদুৰীৰ আনন্দ উপভোগ কৰিছিল। লক্ষীমপুৰীয়া ব্যতিৰ ওচৰত বিদায় লবৰ আগতে লক্ষীমপুৰৰ চেনিমাছ আৰু পাতমাহৰ কথা মনত পৰিল। এনে ডা না তেলাল চেনি আৰু পাতছ লক্ষীপুৰ এৰিৰৰ পৰা আজিলৈকে আৰু মই কতো দেখা নাই। সেই দুবিধ লক্ষীমপুৰীয়া মাছ সোশৰীৰে মোৰ গৰ পৰা অন্তৰ্ধান হল যদিও তাৰ সোৱৰণ এনে নহল।. লক্ষীমপুৰতে এই সোৱৰণ লেখক হৈ-শুদু খেলৰ বিদ্যাত দীক্ষিত হৈ সেই খেলৰ কোনো এখন হায়ী “বৰ খুন হাতৰ সত্যৰূপে পৰিগণিত হৈছি। অৱ সেই “বৰ মূৰে, এই লোকতকৈ অনেক গুণে ডাঙৰ আৰু বলী যুগৰী সকলৰ শৌৰী কান েবিশেষকৈ পৰিচলিত হৈছিল; এই তোয়া নাম দুই-চাৰিটা তেৰীয়াৰ সৈতে প্ৰতি দুপৰ কোনো এক পৰাই ৰাৰ লে লৈ পাতিলে যান
- বৈলি; আৰু তে- ৰ ডি duty)।