পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ob মোৰ জীৱন সোৱৰণ গুৱাহাটীতে প্ৰথমতে মোৰ মূলত প্ৰবেশ ঘটে। সঁচাকৈ কবলৈ গলে, ফুললৈ যোৱাটো মোৰ মনত বৰফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্ৰবেশ মানে বন-বিহঙ্গ সাত প্ৰবেশ , যদিও তাত অবস্থিতি চাৰি-পাচ ঘণ্টাৰ নিমিতেহে। কিন্তু হলে কি হব, সেই চাৰি-পাঁচ ঘণ্টাৰ পিছত মুকলি হৈ গৈ আকৌ যে কাইলৈ তেনেকৈ তাত পুনৰাবদ্ধ অনিৰ্বাৰ্য্য, সেই চিন্তাৰ ভয়ে মোক খুলি খুলি খাইছিল। পিতৃদেৱতাৰ হুকুম, মই স্কুললৈ যাবই লাগিব , এতেকে বাবই লাগিব,--তেহেলৈ মোৰ মনো-ৰাজ্যত “বামুণেই মৰক বা লগুণেই ছিগক।” ভূলত শোমায়েই যেই দেখে, কত-ঘূৰ্ণীত-শোভিত-বেত্ৰ মাষ্টৰ মহা সকলৰ বস্ত্ৰ-গভীৰ মিনা হা সকলৰ সন্মিলিত সংযত কণ্ঠ নিত মৃদু-মন্দ ও-ও ঘনিৰ কটাহ ভেদ কৰি স্কুল-ঘৰৰ মূধচ পাইছেগৈ, মোৰ ধাতুটিও মূৰৰ মৃধচত উঠিবলৈ লৰ ধৰে। মোৰ মূৰৰ -ৰৰ কাষতে ধাতুটিক এৰি থৈ মই বহি কত কিবা শিকা-বুজাৰ তো কথাই নাই, ঘৰত অলপ অচৰপ যি পঢ়ি শুনি শিকি-বুজি আছে, সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ কৰবালৈ লৰি পলাই গুচি যায়। হায়! ফুল শোৰ মনত ভয়ৰ ভৰ নহৈ যদি আনন্দ- ভবন লহেঁতেন, আৰু মৰে নিচিনা দুৰ্ভগীয়া, ফুলাতৰোগ গ্ৰত এ-এটা লৰাৰ পক্ষেও যদি তেনেকুৱাই হলহেঁতেন, তেন্তে আমাৰ তে কি সবল দেহৰ আৰু মনৰ এচাম একাৰ (Generation) ৪ হেঁতেন। মূলত শিক্ষা দিবৰ কঠোৰ নিৰ্মম নীল এটা নামোন ব্যবস্থাৰ সলনি যদি তাৰ ওলোটা অবস্থাৰ এচলিত ল হেঁতে, তেতে কেনে হাঁহি-মূখীয়া কাৰ্য, আৰু নিৰ সাৰ্য্যৰ শীত এতি এ চাৰে নে বাঢ়ি আমাৰ পূৰি উ এক মহিমান্বিত কৰিলেহেঁতেন। দেবী সতীৰ বছেৰেকীয়া পূৰ