এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মোৰ জীৱন সোৱৰণ কৰিছিল। মৌজাদাৰৰ এটি পুতেক মোতকৈ ভালেমান ডাঙৰ আৰু দুটি মোৰ সমনীয়াই হওক, নাইবা মোতকৈ সৰুৱেই হওক, এনে বিধৰ আছিল। সেই দুটিৰ এটি আজি কালি আসামত সুবিখ্যাত শ্ৰদ্ধাস্পদ ধুক্ত পদ্মনাথ বৰুৱা। *
- স্বৰ্গীয় লক্ষ্মীনাথ
বেজবৰুৱাৰ লক্ষী পুৰীয়া জীৱনৰ বিষযে ভালদৰেজানিব পাৰে বুলি ৰায়বাহাদুৰ গগাহাঞি বৰুৱালৈ আমি চিঠি লিখি সোত এযুত গোহাঞি ডাঙৰীয়াই আমালৈ এনেদৰে লেখিছে- “তেতিয়া মই নিচেই সেই কালৰ কথা ৰিণিকি ৰিণিকি হে মনত পৰে। মাখোন ইমানকে কব পাৰোঁ যে, স্বগীয় ভাঙৰীয়া দীননাথ বেজবৰুৱা যি কালীন উত্তৰ লক্ষীমপুৰত সৰামীন বা মুপি হৈ আহিল, সেই কালীন মোৰ অগীয় পিতৃ বিণাৰাম গোয়ঞি বৰুৱা ভাঙৰীয়াৰ লগত তেখেতৰ অতি আপোন আৰু তাৰ লি; দুইৰে দুইৰে প্ৰতি গভীৰ সভাৰ থকাটো আজিও আগৰ দিনিয়া বুঢ়াৰ মুখেনা যায়। তেতিয়া তোমাৰ দেউতাৰ এত বিৰি বেৰৰ পৰা;