শৰদেৱ আৰু মাধৱদেৱ ৩২৭ } . এই ধৰ্ম প্ৰচাৰৰ নিমিত্তে ভাগৱত, গীত, আৰু পদ্মপুৰাণৰ সহস্ৰনাম এই তিনিখনি মুল শাত্ৰ অৱলম্বন কৰি মহাপুৰু দুজনে আৰু তেওঁলোকৰ যুগৰ কেবাজনো বৈষ্ণৱধৰ্ম্ম শিক্ষকে সংস্কৃত আৰু অসমীয়া ভাষাত পুথি লিখিছিল। এইবিলাক পুথিৰ বাইকেইখন আৰু লেখকৰ নাম যিমান দূৰ জনা যায় তলত দিয়া হল। শ্ৰীশঙ্কৰদেৱ-ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কু, আৰু তৃতীয় ঋৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিলোপাখ্যান, অষ্টম স্কন্ধ, দশম স্কৰ আগছে, একাদশ আৰু খাদশ স্কন্ধ, নিমি নৱসিদ্ধ সংবাদ, কীৰ্তন, ভক্তিপ্ৰদীপ, ভক্তি ৰকৰ (সংস্কৃত), গুণমালা, ভটিমা, বৰগীত। এীমাধৱদেৱ—নামঘোষা, ভক্তিৰৱলী, নামমালিকা, জন্মৰহস্য, ভটিমা, বৰগীত। শীভট্টদেৱ-কথা গীতা, কথা ভাগৱত, ভক্তিৰিৰেক (সংস্কৃত)। শ্ৰী কৰিশেখৰ বা অনন্ত কললী-ভাগৱতৰ শেষ দশম, মই ৰ বৃত্ৰাসুৰৰ, সহস্ৰনাম বৃত্তান্তৰ পদ (কীৰ্তন পুথি ভক্ত), শৰণ সংহিতা (সংস্কৃত)। শ্ৰীগোবিল নি-গীতাৰ পদ, ভক্তিৰিৰে পদ। একৰিচত্ৰ যিৰিকীৰ্ত্তন গৌৰৱ (সংস্কৃত)। শীৰামৰণ ঠাকু-ভক্তিৰয়াকৰৰ পদ। শীভাগৱত নিশাত্বত অৰ পদ। শীৰ্বভৌম ভটাচাৰ্য—পদ্মপুৰাণ অৰ্গশ ৰহস্যৰ পদ। মৰম-ভক্তি চ মালা। এই অলিকাত ৰামায়ণ মহাভাৰত আৰু মই আজি ৰা হোৱা নাই। চৰলৈ গলে এই যুগৰ অসমীয়া মুহিত্যই এই নামকীৰ্তন মূলক। মহাপুৰীয়া সম্প্ৰদায়ৰ মত সম্পৰ্কে আমাৰ যি বু হৈছে আৰু সংগেল তাতে কি হল। সকলে অশ্যকীয় কৰাৰ উৰে হৈহ বুলি আমি সব নোৱাৰে। কোনো দোষ মেশিনে গঠনকলে নিলে আমাক কৰিৰ। আমাৰ ৰিামতে এই প্ৰত যি শত শত ম লিখা হল সেই মত অসমীয়া গৈ সাধাৰণৰে মত বুলিলে একে ভুল হয়। এ সময় বিৰে গান এইখ না যে তিও এনেতি। গলে