শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ হৈছে। গীতাত কৈছে যে নিৰ্গুণ সাধকসকলেও ভৱিক পায় হয় কিন্তু তেওঁলোকৰ পথ অতি ক্লেশকব। “ক্লেশোহধিকতবস্তেষামব্যক্তাসক্তচেতসাম্। অব্যক্তা হি গতিঃখং দেহবৰিবাপ্যতে॥” গীতা। গীতাই কৰ্মবাদীক কয়, তোমাৰ সকলো কৰ্ম ঈশ্ববত অৰ্পণ কৰ; ফল কামনা এবি কৰ্তৃত্ব ভাব এৰি কৰ্ম কব, অৰ্থাৎ কৰ্ম সন্ন্যাসৰ আৱশ্যক নাই, কিন্তু কৰ্ম্মফল সন্ন্যাসৰ সম্পূৰ্ণ আৱশ্যক। ঈশ্বমুখী হৈ কৰ্ম্ম কৰ॥ গীতাই সাংখ্যবাদীক কয়, তোমাৰ তত্ত্বজ্ঞান কেৱল অনাদি অনন্ত ভাৱানৰ স্বৰূপ জ্ঞান, তোমাৰ প্ৰকৃতি কিম্বা পুৰুষ স্বতন্ত্ৰ নহয়, উভয়ে ঈশ্বৰৰ অধীন; ঈশ্বৰ সাধনা নহলে তোমাব কৈবল্য লাভ নহয়। গীতাই যোগ মাৰ্গাৱলম্বী কয়, ঈশ্বৰত চিত্ত সংযোগেই তোমাব যোগব মুখ্য উদ্দেশ্য। এই যোগৰ ফল যে নিৰ্বীজ সমাধি বা আত্ম সাক্ষাৎকাৰ মাত্ৰ এনে নহয়, এই যোগৰ ফল ঈশ্বৰৰ সঙ্গ লাভ। মুঠতে দেখা যায় যে গীতাত কৰ্ম্মবোগ, ধ্যানযোগ, জ্ঞানযোগ সকলল ভক্তিমূলক কৰি ভক্তিযোগৰে প্ৰাধান্য দেখুৱাইছে। এয়ে হে গীতাৰ পূৰ্ণধৰ্মৰ তাৎপৰ্য। যদি কোনোবাই বুজে যে গীতাৰ পূৰ্ণধৰ্ম্ম নিবীশ্বৰবাদী, ঈশ্বৰবাদী সকলো দৰ্শনৰ ভিন্ন ভিন্ন মত বাখিছে, আগম, নিগম, প্ৰবৃত্তি, নিবৃত্তি সকলো পন্থৰ ধৰ্ম্ম সত্য বুলি স্থিৰ কৰিছে, তেন্তে সেই বুজা ভুল বুজা। বৈদিক যুগৰ ইন্দ্ৰ, বৰুণ, উষা আদি নৈসৰ্গিক শক্তিৰ আৰাধনা (Nature worship), দাৰ্শনিক যুগৰ গুঢ় আধ্যাত্মিক তত্ত্বমূলক ধৰ্ম ( Rationalism) অদ্বৈতবাদ আৰু মায়াবাদ (Idealism), atayata "Latseta (Ninilism), catatita Ista ofecutat (Imotione- lism ), chi gata farave terrogant frontato ( Ritualism ), আৰু ধৰ্মহীন এন্ধাৰ যুগৰ হিন্দুশাস্ত্ৰৰ দোহাই দি কৰা ভূত, ভৈৰৰ শিল, গছ আদিৰ পূজা, আৰু বিভৎস আচাৰ (Feticism and Sensualism) এই সকলোবিলাক যদি পূৰ্ণধৰ্ম্মৰ অঙ্গ হয় তেন্তে এনে ধৰ্ম্ম মানি চল্য অণৰ। কোনো কোনোৱে কয় যে পূৰ্ণ হিন্দুধৰ্মৰ এভাগ সত্য বুলি মানি বাকি ভাগ অসত্য ৰা অসাৰ বুলি ধৰা সাম্প্ৰদায়িকতাৰ দোষ। অভ্ৰান্ত শাৰ খাতিৰত পুৰণিকলীয়া মত আৰু বিশ্বাসৰ প্ৰতি শ্ৰদ্ধাৰ খাতিৰত এনে লোকে পশৰ বিৰুদ্ধ ধৰ্মমত ভিতৰত এক প্ৰকাৰ মিলন বা সন্ধি