শ্ৰীশৰদেৱ আৰু মাধৱদেৱ ৩১৭ “মমনা ভব মক্তো মদ্যজী মাং নমন্ধু। মামেবৈষ্যসি যুক্ত মাত্মানং মৎপৰায়ণঃ॥” ‘মচিন্তা মাগতপ্ৰাণ বোধয়ন্ত পৰম্পৰম। কথয়ন্তশ্চ মাং নিত্যং তুষ্যক্তি চ মন্তি চ।” “তমেব শৰণংগছু সৰ্বভাবেন ভাৰত। তৎ প্ৰসাদাৎ পৰাং শান্তিং স্থানং প্ৰাপ্যসিশাতম।” যোগনামপি সৰ্বেষাং মগতেনান্তৰায়না। শ্ৰদ্ধাবান্ ভজতে যো মাংস মে যুক্ততমম মত।” “মৎকৰ্ম্মকৃৎপৰমো মহুক্ত সবজ্জিত। নিৰ্বৈৰ সৰ্বভূতেষু যঃ স মামেতি পাণ্ডব।” “যে সৰ্বাণি কৰ্মণি ময়ি সংন্যস্য মৎপৰাঃ। অনন্যেনৈব যোগেন মাং ধ্যায় উপিসতে। তেষামহং সমুদ্ধ। মৃত্যুসংসাৰসাগৰাৎ। ভবামি ন চিবাৎ পাৰ্থ। ময্যাবেশিতচেতনাম।” “ময্যেব মন আধৎসু ময়ি বুদ্ধি নিবেশ। নিবসিষ্যসি ময্যেব অত উৰ্দ্ধং ন সংশয়ঃ॥” ‘মাঞ্চ যোহব্যভিচাৰেণ ভক্তিযোগেন সেবতে। স গুণান্ সমতীত্যৈতা ব্ৰভুয়ায় কপতে।” “যো মামেবমসংমুঢ়া জানাতি পুৰুষোত্তমম্। স সৰ্ববিদ্ ভজতি মাং সৰ্বভাবেন ভাৰত॥” -গীতা। মাধৱদেৱৰ যোত গীতাৰ এইবিলাক শ্লোকৰ সুলৰ মৰ্ম্ম পোৱা যায়। এক-শৰণেই গীতাৰ মূল শিক্ষা। এয়ে বিশ্বাসৰ ধৰ্ম্ম, ভক্তিৰ ধৰ্ম্ম, একশৰণ ধৰ্ম। ইয়াতকৈ আৰু উচ্চ শিক্ষা গীতাত আছে এনে মনে নধৰে। গীতাত কৰ্ম্মযোগ, জ্ঞানযোগ, ধ্যানযোগ আৰু ভক্তিযোগ এক অপু সামঞ্জস্য কৰা হৈছে। হিন্দুদৰ্শন এটাইবিলাক দুখবাদৰ ওপৰত নিৰ্ভৰ কৰে। ঐকান্তিক দুখ নিবৃত্তিয়েই জীৱৰ ধৰ্ম আৰু পুৰুষাৰ্থ, এয়ে হিন্দু- দৰ্শনৰ মুল শিক্ষা যেন বোধ হয় আৰু এয়ে পাশ্চাত্যসকলৰ Hedonism নিচিনা শিক্ষা। পুৰ্বেই দেখুৱা হৈছে যে নিৰীশ্বৰবাদী মীমাংসকসকলৰ মতে বেদৰ কৰ্মকাণ্ডই যাই, জ্ঞানকাণ্ড অনাৱশ্যকীয়। বেদবিহিত কৰ