শীশৰদেৱ আৰু মাধৱদেৱ ৩১৩ অগ্নিক। সেইবিলাকহে যোৰ সংসাৰী। এনে বৈৰাগীক মাধৱদেৱে শূকৰেৰে তুলনা কৰিছে :- ‘গৃহবাসে কিবা ভক্তি কৰিৰে বাধয়। গৃহে থাকি ভকতি কৰিৰে সুৱালয়। এৰে গৃহ বাস নতু হোৱন্তে বিক্তি। পাছত ঘৰয় সিটো শুকৰৰ বৃত্তি।
যেন আপোনাৰ বিষ্ঠা কৰে এৰয়। পৰৰ বিষ্ঠাক পাছে ভোজন কৰয়।” দৈত্যাৰি কৃত গুৰুচৰিত্ৰ। এই বিষয়ে ভক্তি ৰত্নাকৰত আছে :- “প্ৰমত্ত পুৰুষ যদি বনে চলি যায়। বনতে সংসাৰ তাৰ জাৰ্মা নুগুচয়। যি হেতু ছয় শত্ৰু লগতে থাকয়।
যিটো জ্ঞানী জিতেত্ৰিয় আয়াতে হয়। গৃহবাস দোষে বা তাহায় কি কয়॥ হৰি সেৱক তুমি পৰম ইন্দ্ৰিয় সৱক তিনি তৈলা উপশান্ত। গৃহবাসে বনবাসে সমান তোৰ।” চিত্ত হৈ সংসাৰত থকাই ভাল, বনবাসৰ কোনো আৱশ্যক নাই। সংসাৰত্যাগী জ্ঞান পদ যোগীয়ে নিৰ্গুণ ব্ৰহ্মৰ সৰ লৈয়ে থাকে। সাত,যোগীয়ে নিজক আৰু জগতক দুবাই দিয়ে। সংসাৰী ভক্তৰ শৰ নিত্য হলেও লীলাময়। যাৰেই নিত্যত তেওঁৰেই না। সেইদেখি ভক্তই জগতক মিথ্যা বুলি এৰি নিদিয়ে, কাৰণ জগৎ ঈশ্বৰে লীলা। জ্ঞান পৰ যোগাৰ নিন সাধনা, কিন্তু সংসাৰী ভ লাখ, সমাজ গিৰ্জা, মছজি প্ৰভৃতিত সৰতে কাৰ্বন, না, উপাসন, প্ৰাৰ্থনা প্ৰসঙ্গ। সংসাৰী ভক্ত। যেনে ঈশমুখী তেনে সমাজমুখী।