শীশৰদেৱ আৰু মাধৱদেৱ চেষ্টা-ইও ঈশ্বৰৰ প্ৰিয়কাৰ্য্য। এই যে দৰিদ্ৰই অন্নাভাৰত কষ্ট পাৰ লাগিছে, ৰোগীয়ে শুষ খুজিছে, দুলে বলীৰ অত্যাচাৰৰপৰা পৰিত্ৰাণ পাবলৈ অফুট কাতৰৰতি কৰিব লাগিছে—চকুৰ আগত সদাই কত এনে অৱস্থা দেখিব লাগিছে। দৰিদ্ৰক প্ৰতিপাল, ৰোগীৰ শুশ্ৰুষা, দুৰ্বলীক ৰক্ষা ইত্যাদি ঈশ্বৰৰ আদেশ নহয় নে? জীৱনৰ সকলো ঘটনা সকলে কাৰ্যৰ ভিতৰেদি ঈশ্বৰক মৰণ ৰাখিব লাগিব। সংসাৰী ব্ৰহ্ম সাধনাৰ উপযুক্ত নহয়—এনে অভিপ্ৰায় ঈশ্বৰৰ নহয়। প্ৰাচীনকালত ধৰ্ম সাধনাৰ নিমিত্তে শ্ৰী পুত্ৰৰ বন্ধন ছিঙি সংসাৰ ত্যাগ কৰি নিৰ্জন হাবিত নাইবা পৰ্বত গুহাত জীৱন কাটোৱা বিধি আছিল। কিন্তু পৰবৰ্তী সময়ত ধৰ্মৰ আদৰ্শ পৰিবৰ্তিত হল। সত্য, ত্ৰেতা, পৰ যুগৰ ধৰ্ম সাধনৰ উপায় কলি যুগত অনুপযুক্ত। বৰ্তমান যগত ধৰ্ম্মৰ নিমিত্তে নিৰ্জন সাধনাৰ আৱশ্যকতা থাকিলেও একেবাৰে সংসাৰ ত্যাগ কৰিবৰ আৱশ্যক নাই। সংসাৰত হে মনুষ্যত্ব পূৰ্ণ বিকাশ হয়। সংসাৰৰ নানা প্ৰলোভন আদিৰ মাজত চিত্ত স্থিৰ ৰাখি ঈশ্বৰৰ ভজনা কৰি ঈশ্বৰৰ কৰুণাৰ বলেৰে বলী হৈ সমাজ সেৱা, মানৱ সেৱা কৰিব লাগিব। একেবাৰে বিষয়াষক্ত হৈ ন মান আদিৰ কাৰণ চিন্তা কৰি থাকিলে চিত্ত স্থিৰ নেথাকে। সংসাৰত থাকি বাসনা পৰিত্যাগ কৰিব পাৰিলে যথাৰ্থ বৈৰাগ্য হয়। যিসকল দেখাই বৈৰাগী কিন্তু প্ৰকৃততে বাসনা এৰিব পৰা নাই সেইবিলাক কপট আৰু নং পলি দৃশ্য। নিতK নৈমিত্তিক গ্যাং গ্ৰীতে হবে সৰ।” TE না কি সত্যি সভাৰ নিৰ কৰ সৰ্বশক্তিমান পৰেশ্বৰ সকলোৰে প্ৰভু, বিলাক তেওঁৰ স; এই স স্বাভাবিক। নাস সানাই প ধ আৰু পৰম হিকাৰী। এই সাধনাৰ ৰাই মোক লাভ হয়। অন্য পন্য অলংন বিলাক নত পৰে। দল ভাবৰ সাধনাও অতি মেট সাল ইয়াৰ খাই অতি উচভাৰৰ ভক্তি হলে। হে নৃপ, ভক্তিহীন হন ছুলেই নগামী হয়। সেই নিমিত্তে হে পুণ্যৰ ৰাজ, তুমি দল ভাৰৰ সাৰ অৱলম্বন কৰি শৰ প্ৰীতি " নিত্য নৈমিত্তিক কৰ্মবিলাক।