শ্ৰীশৰলে আৰু শ্ৰীমকে ৩১১ সস্বাদী বৈৰাগী উভয়ে সংসাৰত্যাগী সন্ন্যাসী। কিন্তু জগতৰ অধিক ভাগ লোক সংসাৰী। এগৰ সাধনা যোগী ঋষিৰহে সাধ্য, সংসাৰীলোকৰ অসাধ্য, সংসাৰী কেৱল বেদবিহিত কৰ অধিকাৰী অৰ্থাৎ সংসাৰীৰ পকে বেদবিহিত দেৱোপাসনা আৰু ওপৰৰ পৰ জ্ঞানীসকলৰ নিমিত্তে ব্ৰহ্মৰ সাধনা শ্ৰেয় এনে ধাৰণা বহুতৰ আছে। এই ধাৰণা ভুল। এই ভুল ধাৰণাৰ নিমিতেই সংসাৰীয়ে হোম, যাগ; প্ৰায়শ্চিত্ত আদি ক্ৰিয়াৰ ৰাই দেৱতা উপ-দেৱতাক পুজি পুণ্য আজি অৰ্গাদি সুখৰ আশা কৰে। এই প্ৰকাৰ স্বৰ্গসুখ কিন্তু স্থায়ী নহয়। পুণ্যয় হলে কীৰ আকৌ পতন হয়। সকাম কৰ্ম্ম বন্ধৰ কাৰণ। গীতাত আছে যে ঈশ্বৰৰ উদ্দেশ্যে বি কৰ্ম্ম কৰা হয় তদ্ভিন্ন আন কৰ্ম কেৱল বন্ধৰ কাৰণ। “যজ্ঞাৰ্থাৎ কৰ্ম- পণান্যত্ৰ লোকোহয়ং কৰ্মবন্ধন।” ইয়াত “যজ্ঞৰ" অৰ্থ কৰোতে - চাৰ্যই কৈছে “যজ্ঞোবৈ বিষ্ণু।” অৰ্থাৎ যজ্ঞাৰ্থ কৰ্ম্ম কৰা মানে ঈশ্বৰৰ উদ্দেশ্যে কৰ্ম কৰা। এয়ে দাস্য সাধনাৰ মূল। সংসাৰীয়েও দাস্য সখ্য ভাবে ঈশ্বৰ সাধনা কৰিব পাৰে। শঙ্কৰ মাধব উভয়ে এই কথা লোকক বুজাবৰ চেষ্টা কৰিছিল। (১) সকলো কৰ্ম ঈশ্বৰত সমৰ্পণ কৰি ঈশ্বৰৰ প্ৰিয় কাৰ্য সাধন আৰু অপ্ৰিয় কাৰ্য্য বৰ্জন, এয়ে দাস্য ভক্তিৰ উদ্দেশ্য। সংসাৰী হৈ সন্তান লালন-পালন সিহঁতক চৰিত্ৰ আৰু বাৰ্ষিক কৰিৰৰ লাস্য-“মই অনাথক দয়া কহ পৰমান, দাস বুলি ধৰিও মনত। থৈও নিজ ভৃত্যৰ সত। অঙ্গুলি মুখত কৰে। তে তৃণ ভুলি ধৰে। কেশ হিলি দেও চৰণত।” “হে হৰি মোক, দাস হেন মানি, ৰুমিও কৃপাময়।” “নিজ দল কৰি হৰি মোক কিনা কিনা। আন ধন নগয় নাম ন বিন॥” (১) বৃহৎ হাৰিত সংহিত দাস্য সাধনাৰ বিষয়ে এই থকাৰ লিখা আছে- “তং কুন্তি বিষাংস: ৰূপতয়া স। নৈসগিং হি সৰ্বেং দস্যমে হবে সদা। বা পকপং স্যালং ল্য স। প্ৰকৃত্যানোপং ব্যাং ব্যষিতি বিতিঃ। নামে পৰং এ পাল্যৰে পৰা যি। দস্যেনৈৰ বেমুবিন্যা নিয়ং ভবেৎ॥ বিশোৰ্শালং পৰাভকিকো তুন ভবেৎ চিৎ। তোমে হি সঃ লিয়ং বা লুপ। . ৫.