৩১০ এীদেৰ আৰু মাধৱৰে নেই কৰা যায় সেই প্ৰকাৰ সেই কৰা হয়। ভাৰতবৰ্ষৰ শিশু কানাই আৰু খৃষ্টানবিলাকৰ Baby Jesus এই ভাবৰপৰা সমুদ্ভুত। মধুৰ ভাৰ অকল ভাৰতৰতহে দেখিবলৈ পোৱা যায়। এই ভাবত সংসাৰৰ সকলো জীৱ শ্ৰী, পুৰুষ একমাত্ৰ ভগৱান। স্ত্ৰী পুৰুষৰ যি নিকট সম্বন্ধ, ঈশ্বৰেৰে সৈতে তেনে সম্বন্ধ এই ভাৰত কৰা হয়। এই ভাৰতহে ৰাসলীলা কৰা হয়। মহাপ্ৰেমিক চৈতন্যৰ মতে এই ভাবৰ ভক্তিয়েই সৰ্বোত্তম। সেই দেখি তেওঁ এই ভাব সাধনা আছিল। কথিত আছে যে দুষ্টা ব্যভি চাৰিণী ব্ৰজৰ যুবতীবিলাকেও এই কাম ভাবেই শ্ৰীকৃষ্ণক ভজি উদ্ধাৰ পাইছিল। সাধাৰণৰ পক্ষে যে এই ভাব অনুপযুক্ত তাক কোৱা বাহুল্য বঙ্গদেশৰ “নেড়ানেড়ীৰ কথা যি জানে তেওঁৱেই বুজিব এই প্ৰকাৰ ধৰ্ম সাধনাৰ ফল কি হয়। আসাম মঙ্গলৰ অৰ্থেই শঙ্কৰ মাধৱে শ্ৰীকৃষ্ণৰ লগত শ্ৰীৰাধাৰ সমাবেশ কৰা নাছিল। শান্ত ভাৱত ধ্যান ধাৰণা আদি হয়। দৰাচলতে এই ভাব নিওঁ গোপানাৰহে উপযুক্ত। সেইদেখি শঙ্কৰ মাধৱৰ প্ৰদশিত ধৰ্মত সখ্য আৰু দাস্য ভাবৰ ঈশ্বৰ সাধহে শ্ৰেষ্ঠ কৰি বুজোৱা হৈছে। (৫) দাস্য সখ্য ভাৰৰ ঈশ্বৰ সাধনা বাস্তৱিক সংসাৰীৰ বিশেষ উপযুক্ত। শান্ত ভাৱৰ ধাৰণা কিম্বা মধুৰ ভাবৰ প্ৰেমৰসৰ আস্বাদ সমাজভুক্ত সংসাৰীৰ উপযুক্ত নহয়। সেইবাবে ধ্যানমগ্ন যোগী আৰু মধুৰ ভাৰৰ সাধক প্ৰেম- “জলে ফুলে পত্ৰে মাত্ৰ হৰি পুজিবেক। আলোচিয়া মনত নিশ্চয কৰিবেক || এতেকেতে তৃপ্তি হয় প্ৰভু ভগৱন্ত। পৰশ বৈকুণ্ঠক দিক খোজ। কৃপালু বৃৰ গুণ হন নয়। নতু পূজা কৰতে পূৰ্বতে পূজা পাম।” -ভক্তি কৰ। “ভক্তি কাক” শৰদেৱে চা সংস্কৃত ভাষাৰ এখনি গ্ৰহ। ৰামচৰণ ঠাৰে ইয়াৰ শশীয় প কৰিছে। (৫) সখ্য-“হৰিক ৰা বুলিয়া যিজন কৰমে কীৰ্তন। সন্ত শাৰ তত্ত্বক জানিল জানা সেহি মহাজন।” “ ও হৰি পালাগৰ কৰিও কৃপা আমাক। প্ৰিয়তা আ স ই ও মানিয়া আছে তোৰা।” “কিনে অপ কৰি আই আমি যাৰ যাৰ প্ৰাণ। “ নি নে আৰ প্ৰিয়তম ম মোৰ নুন।” “যিটোনে ও তাৰে হৰিত লৈ ধৰিক খুব বুলি আহে।” “হে প্ৰাণ কৃষ্ণ কৃৰ সাগৰ কৃষ্টি চাহিক নোক।”