Job এশিৰদেৱ আৰু মাধৱদে সখ্য—ঈশ্বকে পৰম সুহৃদ বুলি বিবেচনা কৰি তেওতে পৰম বিশ্বাস স্থাপন কৰা। বন্ধুৱে কোনো দোষত বন্ধুক নেৰে বৰং দোষৰপৰা কেনেকৈ বন্ধু ৰা পৰে তাৰে চেষ্টা কৰে। সেই প্ৰকাৰ ঈশ্বৰেও ভক্তক কেতিয়াও নেবে। পাপ কাৰ্য কৰিলেও যাতে পাপৰপৰা ভক্তই উদ্ধাৰ পায় তাৰে পথ ঈশ্বৰে দেখুৱাই দিয়ে। আয় নিবেদন—দেহ সমৰ্পণ। অকল ভগৱানৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কবি থকা। গৰুৰ গিৰিহঁতে লোকক বেচিলে পোহপাল, যি গৰাকীয়ে কিনি লম তেওঁৱেই দিৰ বুলি নিশ্চিন্ত হৈ থাকে; সেই প্ৰকাৰে যি ঈশ্বৰত আৰু সমৰ্পণ কৰে তেওঁ সম্পূৰ্ণ ভাৱে ঈশ্বৰত নিৰ্ভৰ কৰি নিশ্চিন্ত থাকে। বন্দন-“সৰ্ব্বং খদিং ব্ৰঙ্গ” এই উপনিষদ বাক্য সাৰ কৰি সংসাৰৰ সকলো বস্তুতে ঈশ্বৰক দেখি সকলোকে নমস্কাৰ কৰিলেই মাধৱক নমস্কাৰ কৰা হয। বলনৰ অৰ্থ নমস্কাৰ। ভক্তি ৰত্নাৱলীত আছে - “জল বায়ু বহ্নি মহী নক্ষত্ৰ আকাশ। বৃক্ষ নদী সমুদ্ৰ তটস্থ দিশ পাশ। আছে আনো সংসাৰত বৎ যত যত। কৃষ্ণক দেখিব মাত্ৰ মনে সমস্তত। হৰিৰ শৰীৰ ইটো হেন বুদ্ধি কৰি। সবাহাক নমস্কাৰ কৰিব পাৰি। “পৰম শায়ে নিতে হবিগুণ যত। শ্ৰৱণ কীৰ্তন সুখে কম সতত। “অতি অল্পকালে আসি প্ৰভু ভগৱ। হিয়াতে সাক্ষাতে তাৰ প্ৰকাশ হোৱ।” -ভক্তি ৰত্নাৱলী। “এৰি লোক যিটো আন দেৱত ভক্ষতি। একে মাধৱৰু মাত্ৰ ভৰে ঢ় যতি। তাহাৰ পাত যদি সিনে থাকত। নাশ হোৱ সিও ঈশ্বৰৰ প্ৰদত।” -নিৰি নৰসিদ্ধ সংবাদ। “শুনে কৃষ্ণ কথা যিটো কৰিয় ৰতন। অহাৰ হিয়াত একোয় নাৰায়ণ॥” “শুনতে কৃষ্ণৰ কথা সাধুৰ সঙ্গত। পৰৰ নিশ্চল ভক্তি হোৱ কৃত।