পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শীশঙ্কৰদেৱ আৰু মাধৱদেৱ দাস্য সখি সাধু সঙ্গত হৰি পৰিচৰ্যা। এবণ কীৰ্তনং বিষ্ণোঃ শৰণং পাদ-সেন। অৰ্চনং বনং দাস্যং সখ্যমাত্মনিবেদন। শঙ্কৰদেৱ ৰচিত কীৰ্তনতে আছে :- শ্ৰৱণ কীৰ্তন মৰণ বিৰ অৰ্চন পদসেৱন। বলন বিত কৰিব দেহ অৰ্পণ॥ নববিধ ভক্তি বিষ্ণুত আচৰে সেহিসে পাঠ উত্তম।” এই নৱবিধ ভক্তিৰ বিষয়ে বিষ্ণুপুৰী সন্ন্যাসীৰ ভক্তি ৰত্নাৱলীত বিশদ ৰূপে লিখা আছে। ইয়াৰ মৰ্ম্ম এই :- শ্ৰৱণ—অন্যৰ বাৰাই উক্ত বা কীৰ্তিত হৰি কথা না। কথা আলাপ। কীৰ্তন—নিজে হৰিকথা আৰু হৰি গুণ নাম কীৰ্তন আৰু প্ৰসঙ্গ কৰা। বিষ্ণোঃ মৰণ-মনত হৰিৰ নাম ৰূপ মণ। পদ সেৱন কোনো বিগ্ৰহ অৱলম্বন কৰি তদন্তৰ্যামী ভগবান অৰ্চনভগৱানৰ উদ্দেশ্যে জল ফুল আদিৰ দ্বাৰাই পুজা। দাস্য—নিজক ভগৱানৰ কিঙ্কৰ ভাবি সমস্ত কৰ্ম ঈশ্বৰত অৰ্পণ কৰা। ভৃত্যৰ নিচিনা প্ৰভুৰ প্ৰতি একান্ত অনুৰাগ, বিশ্বাস আৰু ভক্তি, প্ৰভুৰ কৰুণৰ নিমিত্তে কৃতজ্ঞতা প্ৰকাশ, প্ৰভুৰ আজ্ঞাপালন, প্ৰভু প্ৰীতিকৰ কাৰ্যসাধন আৰু অপ্ৰীতিকৰ কাৰ্যৰপৰা নিৰন্ত হোৱা, প্ৰভুৰ সৰ্বতোভাৱে সেৱ ইত্যাদি এই ৰূপ সাধনাৰ কাৰ্য। দৈত্য শিশুবিলাকক উপনে দিতে প্ৰহলাদে কৈছে- “ কথা এখত শুদ্ধ হৈ মন। সদায় কৰিৰে কৃষ্ণৰ কীৰ্ত্তন। কুৰ চৰণ চিবিৰেক হয়ত। আহত ঈশ্বৰ হৰি সমন্তে ভূতত। হেন জানি প্ৰাণাধিক কৰি সৎকাৰ। ভেবেসে কৃত ৰতি হৈৰে তোমাৰ। হৰিৰ সেৱাত কিছু নাহিক প্ৰয়াস। আপুনি লৈৰ হৰি হৃদয়ত বাস।” কীৰ্তন। “এহি মানে না যে এ। একটিতে ভ৮ি আচৰিয়া আৰ। এল কৰ্তন অন কৰিব পায়। ভতিও আতপৰে আৰ শ্ৰেষ্ঠ নাই।”