২৭৩ বৰঠাকুৰদেৱ ভেলাত থাকোঁতে মা ঠাইৰপৰা লোক আহি তেওঁৰ ওচৰত ধৰ্মক ধৰিলে; আৰু ৰজা ৰা সকলোৱে তেওঁক শঙ্কৰদেৱৰ নাতি বুলি পৰম শ্ৰদ্ধা ভক্তি কৰিবলৈ ধৰিলে। হৰিহৰ আতাই এদিন শৰে গুৰুৰ নাতি সাক্ষাত শঙ্কৰ বুলি তেওঁ, একঠি চাল লগাওঁ বলি ঠাকুক এটি খৰাহিত একঠি চাউল দিলে। ঠাকুৰে হৰিহৰ আতাক সমাদৰ কৰি চাউলকঠি ভোজন কৰা হব বুলি ৰাখিলে। আলৰাই নি চাউলৰ খৰাহিটো হেদালিত তুলি থলে, কিন্তু সেই চাউলৰ কথা বিশৰণ হৈ সেই দিনা ঠাকুৰৰ ভোজনৰ অৰ্থে নিদিলে। গধূলি হৰিহৰ আতাই অসমনে আহি ঠাকুৰক কলে “তোমাক শঙ্কৰদেৱ গুৰু পুৰুষৰ নাতি বুলি চাউল কঠি দিলো, তুমি ভোজন নকৰি হেদালিত • তুলি থল।” এই বুলি কৈ তেওঁ অপেক্ষা নকৰি ভিতৰলৈ সোমাই গৈ হেদালিৰপৰা চাউলৰ খৰাহিটো আনি ঠাকুৰৰ আগত দিলেহি। ঠাকৰ অপ্ৰস্তুত হৈ, পৰিচাৰকৰ পাহৰণত তেনে বিসতি ঘটিল বুলি হৰিহৰ আতাক সাধনা কৰি, উৰালৰপৰা আৰু চাউল অনাই সেই চাউলেৰে সৈতে মিহলোৱাই সকলো সেৱফক ভাগ বঁটাই দিয়ালে, আৰু নিজেও ভোজন কৰিলে। ঠাকুৱে গুণ গৰিয় নি কোচৰেহাৰৰ ৰাই (লক্ষ্মীনাৰায়ণৰ পুতেক) বিশে, শবদেৱৰ নাভি, এতে তেওঁৰু সৰ কৰিব লাগে। ৰজাই ইয়াকে অৰি নিজৰ ফাক ঠামদেৱ ৰাজসভালৈ মাতিবলৈ পৰাই দিলে। দেৰে মনতে বিৰিয় কৰি থিৰ কৰিলে যে “এই ৰ ওল মই নাও, এওঁৰ পিতাৰ নানাৰায়ণ ৰজাই মোৰ পিতামহ শদেৰ জি সেৱা কৰি তেওঁৰ ওচৰত এক ধৰিব খুজিছিল। এওঁ কি ম দেখিছে, ভকতক এই ৰে আৰু দুজন; এতেকে এওঁৰ ও ম নাও। নগলে সে যেত মই ৰা হৈ যাম।” ইৰাকে ভৰি ঠাদেৱে কাৰ্য্যীক বলে “নোৰ বীৰত বৰ পীড়া হৈছে, ঈশ্বৰৰ গত ভাল হলে বজাৰ আজ্ঞা মানি যান।” কাযীয়েও দেখিলে ঠাকুৰ গা ভাল নহয়। এই কথা শুনি কাবী গলত, ঠাকুৰে মধুপুৰ থানৰ গোৰি অধিকাৰ আতৈক মই আনি, দুয়ো ৰহস্য ৰন্ত আলাপ কৰি, তেওঁৰ বিদায় দি, নিশা ১৫৪১ শক পৌষ মাসৰ কৃষ্ণচতুৰ্দশীৰ মাজ নিশ