এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শৰদেৱ আৰু একালেৰ আতে, আলধৰা গোবিল আতে, এক মহৰি আতে চাৰিজনে আৰু নত কৰিলে। ভক্তসকলে যা গাই সৰে কৰি লগত ছিল। টুনিনৈৰ পাৰত আতাৰ কাঠসংৰ ৰা হল। ইয়াৰ পিছত দশ পিওাদি আৰু মাহেকীয়া তিথি মহামহোৎসৱ কৰি সশান কৰা হল। বদুল আতাৰ পিছত এৰম গুৰু কমলাবাৰী সত্ৰৰ অধিকাৰ হল।