২৬৭
1 য় আছে।” আতাই কলে “কাময়ক মই সেই যোগ্য নেশো। বিশেষ গুনৰ আগত মোৰ কোনো নাই বুলি মই কৈ আমি। এতেকে শক মই কেনেকৈ বোলো?” “আৰু এক কথা কহো না সান্ত। পাৈনি আমাক তেহে হিংসা কবিত। জৈানি তালাক পৰিত্যাগ কৈলে॥ হৰিচৰণৰ আনি আমি সঙ্গে লৈলো। বৈৰাগ্য। কেহে বংল নাহিকম। সিকাৰণে তাহা নানিৰ সাধুচয়। গুৰুজনে মহাধৰ্ম নিদিলে পুত্ৰক। মধুপুৰে থাপিলন্ত অচ্যুত গুৰুক। সেৱা ধৰি আছিল ৰামচৰণ। পুত্ৰ বোণে পষিলন্ত আপোন ভাগিন। তাহা নিদিলা ধৰ্মৰে গুৰুদেৰ। বৰপেটা স্থান বুঢ়া আতাক দিলন্ত॥** দদা খুৰ আন বুলি ভক্তক হিংসিব। সৰ্বস্ব আগ্ৰহি লৈ উদৰ ভৰিব।” এতেকে মই সমুহত ধৰ্মক থাপিলো।” এনেতে সমূহ ভকতসকলে কলে হৰিচৰণৰ কনিষ্ঠ ভ্ৰাতা শ্ৰীৰাম আছে। শ্ৰীৰাম ধৰ্ম্মত নিপুণ, পৰম মহন্ত, তেওঁকে আমি যোগ্য দেখিছে; কৃপা কৰি ৰাপ, তেওঁকে ধৰ্মৰ প্ৰতিপালক হবলৈ আজ্ঞা দিয়ক।” এই কথা শুনি আতাই কলে “শ্ৰীৰাম যমদগ্নি। যি হওক, তেওঁকে যদি তোমালোকে ভাল দেখিছা, ময়য়া তেওঁকে বুলিলোঁ।” ইয়াৰ পিছত ভকতসকলে আতাক শুধিলে “বাপ, তোমোৰাৰ পিও-জলাঞ্জলি কোন জনে দিব?” আতাই কলে “জয়হৰিয়ে সেই কাৰ্য কৰিব।” এই বুলি আতা মৌন হল। পুৱা সেই সময়ত কীৰ্তন ঘৰত গায়নসকলে “গোবিন্দ চিন্তই বাল গোপালং” এই গীতটি গাইছিল। আতাৰ শৰীৰৰ ৰিচেষ্টাৰ কথা শুনি গায়নসকলে গীত গাবলৈ এৰি আতাক বেঢ়ি ধৰিলেহি। আতাই তেওঁলোকক “কিয় গত গোৱা এৰি আহিলা, বোৱ। গোৱাগৈ” বুলি কৰত তেওঁলোকে কীৰ্তন ঘৰলৈ গৈ আকৌ গীত গাৰলৈ ধৰিলে। ইয়াৰ পিছত গায়ন সকলে “জয় জয় ননলন পৰমানন্দ বলো বাল গোপালং" এই গীতটি গাই থাষ্ণোতেই আতাৰ কিছু বিকল অৱস্থাৰ কথা শুনি তেওঁলোকে আহি আতাৰ আৱৰি ধৰিলে। আতাক বাহিৰলৈ উলিয়াই অনা হল। দৰি আতে হয়ত আতাই আইজি প্যমালা হাতত লৈ, উবাহ হৈ,আপোনাৰ আৰু পৰমাক থাপন কৰি যাৰ নাম উচ্চাৰণ কৰি ভাদ মাহৰ শুৰু একাদশী ডেৰ প্ৰহৰ বেলিকা মানৱলীলা সৰণ কৰিলে। জগন্নাথচৰণ,