পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৭৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬৪ এলে আৰু মাধৱদেৱ তাৰপৰা পৰশুৰাৰমুদৈৰ বাৰীলৈ আহি তাত আতা হুমাই আছিল। তাৰপৰা তেওঁ ভঢ়ীয়া মুৰুলৰ ঠাইলৈ গৈ তাতে দুমাহ আছিল। সেই ঠাইৰ মুৰি আতে ঠাইলৈ গৈ তাত আত দৰছৰ নাম প্ৰকাশ কৰি আছিল। এই ঠাইৰপৰা তেওঁ গৈ নিতাই পাই আতে ঠাইত লগে; অতত আতা ছমাহ মান আছিল। এই ঠাইৰপৰা আজ মুৰাৰি দৈৰ ভোটলে গল; মুদৈয়ে তাতে নতুন বৰ আতালৈ সজাই দিয়ালে; ভকত সকলেৰে সৈতে তাতে আত অনেক কাল আছিল। আতাই কিন্তু ভকতসকলেৰ সৈতে ৰলৈ সদায় সভয় হৈ আঁৰ হৈ থাকে। এদিন আতাই মুদৈক ৰজাৰ কাল বাৰ্তা শুথি কলে ৰজাই কি আমাৰ ভু পাইছে; আমাৰ কথা বাৰ্তা ৰাই শশাধেনে? ৰজা কশলে থাকিলেই প্ৰজাৰে কুশল হয়, এতেকে ৰজাৰ আমি সততে কুশল কামনা কৰে। ৰজাই যদি আমাৰ কথা তোমাক শোধে তুমি আমাৰ কথা কৰা। ইয়াৰ পিছত এদিন ৰাই কথায় কথায় মুদৈক শুধিলে “হয় নে তোমাৰ যাৰীত বোলে এজন মহাজন আছে? তুমি তেওঁক আমাত আৰ কৰি ৰাখিছা?" মুদৈয়ে উত্তৰ দিলে হয় সৰ্গদেৱ, এজন নিৰ্বিকাৰ শুদ্ধ সত্ত্বগুণীয়া সাধু মহাজন মোৰ ৰাৰীতে আছে। তেওঁ ঈশ্বৰৰ নাম কীৰ্ত্তনৰ বাহিৰে আন একো নাজানে।” ৰজাই মুদৈক কলে “তেওঁক তমি মোৰ ওচৰলৈ নোমলে লৈ আহি।" আৰু এই কথা মুদৈয়ে কলত, হৰি আতৰ সৈতে ভক্তসকলক লগত লৈ আত্ব জাৰ ওচৰ পালে গৈ। ৰাই অ লেৰ পৰ এবান হৈ তেওঁ কেনেকৈ কি ধৰ্ম প্ৰচাৰ কৰিছে সকলে ভৰি শেহত কলে তো কি লাগে কোৱ॥ তোমাক মানুহনুই খাটিৰী ধন-সম্পত্তি কি আগে কো। মই দিওঁ।” আতাই বিনয় নেৰে উত্তৰ দিলে “মহাৰাজ, মোৰ সেইবোৰ একো নালাগে; মাথোন যোক ইয়াকে দিয়ক, যেন শুকতাকলে গল মেলি মুখ ভৰি নিৰ্ভয়েৰিৰ নাম গাই থাকিব পাৰে। আৰু কোনেও যেন আমাৰ ভক্তক নধৰে আৰু বিঘিনি নকৰে, মোক অনুগ্ৰহ কৰি এই নিৰ্ভৰ দিয়ক।” আতাৰ এনে প্ৰাৰ্থনা শুনি আতাক প্ৰশংসা কৰি ৰজাই ফলে “আজিৰপৰা তুমি তোমাৰ ভক্তসকলেৰে সৈতে নিৰ্ভয়ে হৰিনাম লোৱ, এলে শা নকৰিবা।” ইয়াৰ পিছত ৰজাৰপৰা বিদায় লৈ আতাই মদৈততটলৈ আহি উতলেৰে সৈতে আনল কৰি হবিগুণ গাই থাকিবলৈ ধৰিলে।