এশৰে আৰু শ্ৰীমাবদ ২৬৩ কীৰ্তন ধৰ্ম প্ৰকাশ কৰি আছিল। তেৰেপৰৰপৰা তেওঁ আকৌ পতিৰা ভভাটলৈ গৈ তাত কিছুদিন থাকি তৰপৰা মুৰ নাৰে ঠাইলৈ গল। দিনে ৰাতিয়ে আতাৰ হৰিকীৰ্তন হৰিগুণ নাৰ এণৰ বাহিৰে আন কোনো কথা নাছিল। এদিন পুৰুঘোত্তৰ বৰুৱাই তেওঁৰ ঘৰত আৰু হৰিকীৰ্তন কৰিবলৈ নিমন্ত্ৰণ কৰিলত, আতাই আমল মনেৰে সেই নিমন্ত্ৰণ গ্ৰহণ কৰি সকলো সেৱকক জন দি সকলোকে লগত লৈ পুৰুষোত্তম বৰুৱাৰ ৰত হৰিকীৰ্ত্তন মহামহোৎসৱ সম্পাদন কৰিলে। সেই কীৰ্তনৰ সভাত অনেক ডাঙৰ ডাঙৰ ৰাৰ বিষয়া আৰু যাৰ কোৱৰ সৰল আছিল। যুগুৰিৰপৰা আতা পুৰণি হৰিপুখুৰী পাৰৰ ভোটলৈ গৈ তাত কিছু দিন থাকি হামৰা নামে ঠাইলৈ গৈ তাত পাঁচ বছৰ থাকি আকৌ পছতিয়া ভোটলৈ আহিল। পছতিয়াৰপৰা তেওঁ চকলা থানলৈ আহিল। চকলাত থাকোঁতে আত৷ অলপ ৰী পৰিলত আকৌ তেওঁ পছতি থানলৈ আহিল। এই ভোব কালত অনেক লোকে আতাৰ ওচৰত ধৰ্ম্মক ধৰিলে, আৰু তেওঁৰ অসংখ্য শিষ্য হল। ইয়াৰ পিছত বলা আহাই পছতিয়া খান একেবাবেই পবিত্যাগ কৰিবৰ ইচ্ছা কবি সোণ এতোল। দি জমদগিনপদ এড়োখব মাটি কিনি লৈ তাত সত্ৰ কৰিলে। সেই সব নামেই বল॥ কেশৱ চৰণ (ভাট- কুচি আত) আতাও বলা আহাবে সৈতে সেই সত্ৰতে থাকি। তাতে ভাটকুচি আতা নৰীয়া পৰিলত, সেই বাৰ্তা শুনি দুলা আতাই ভাটকুচি আতাক চাবলৈ গল। ভাটকচি আতাই অনেক হবিকথা আলাপ কৰি বদুল আতাক কলে “শুনা হবিব পো, মোৰ শৰীৰ পৰিল। মোৰ বাৰান আছে, তেওঁলোেক তোনাত সমৰ্পণ কৰিলে, তুমি প্ৰতিপাল কবিবা। তোক মোব ঘোষণা, ৰাৱলী শাস্ত্ৰ দুখন দিলো। সাতটকি সুবৰ্ণ আছিল, তাকো তোমাক দিলো। ইয়াৰ পিছত অকুচি আতাই মাৱলীলা সম্বৰণ কৰিলে। বলা আতাই ভাটকুচি আৰ দহন বহন- কীৰ্ত্তনাদি সকলো কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰিলে। বলা থানত বদুল আতা সাত বছৰ ছমাহ আছিল। উত্তৰ কুলকপৰা সেই সময়ত লোক আগি আহিলত, আয ভক্তসকলোৰে সৈতে সেই হল এৰি নাৱেৰে আহি বাম গুৰুৰ যত উঠিলছি। দুবছৰ আত তাতে আছিল।