পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৪৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৪ এীদেৱ আৰু শ্ৰীৱৰে আপৰ হাত সাৰিলে। মোহিনীৰ ৰূপত মুখ হৈ শিৱই মোহিনীৰ পিছে পিছে ধীপ যীপান্তৰ ঘুৰি ফুৰিছিল। চৈতন্য মায়াই সকলোৰে মোহে; বি মোহিত হৈ ফুৰে তেৱেই নিশ্চয় অড়। এতেকে মহেশ জড়, আৰু মাধৱ চৈতন্য ঈশ্বৰ।” এই কথা শুনি ব্ৰাহ্মণসকলে খত গুৰি মাধৱদেৱক কলে “হাৰ মাধৱ। তই হৈ এনে কথা ক। মহেশক জড় বোল। আমি ইমানবোৰ ব্ৰাহ্মণ ইয়াত আছে। তই নাজান নে? আমাৰ আগতে ইমান ৰৰ কথা মাত দেখোন? আজি তই আমাৰ হাতত বিপাঙ্গে মৰিবি।” শাৰ যুক্তিৰে বলে নোৱাৰি এইদৰে বামুণসকল ফকফকাই উঠা দেখি ৰামচৰণ ঠাকুৰে ককাল কাপোৰ বান্ধি থিয় হৈ আগ বাঢ়ি গৈ কবলৈ ধৰিলে “আহ, তহঁতৰ কাৰ সাহ আছে। শাৰ কথা একো নাজান পৰম অজ্ঞানী তহঁত। শাৰ তৰে বলে নোৱাৰি মিছাই ফকফকাই উঠিছ।” ৰামচৰণ ঠাকুৰৰ তেনে মুক্তি দেখি ব্ৰাহ্মণসকল চেচা পৰি গৈ লাহে লাহে সভাৰপৰা সুৰ- সুৰকৰে আঁতৰি গুচি গল। ইয়াৰ পিছত মাধৱদেৱে বিৰূপাক্ষ কাজী কলে “মোক নিলা কৰি তুমি কি ফল লভিলা? মুখ এটাক আনি আমাৰ আগত থৈ আপুনি তৎক্ষণাৎ লঘু হল? তোমাৰ ৰাগত মোৰ কি হব পাৰে? ৰজা থাকোতে মই কালৈকো ভয় নকৰে।” এইদৰে মাধৱদেৱে কোৱাৰ পিছত বি কাজীয়ে সভা বিসৰ্জন কৰি, তাৰ পিছত মাধৱদেৱৰ হাতত ধৰি কলে “মোৰ ওপৰত তুমি ৰোৰ নকৰিবা; মই এটা কথা কওঁ শুনা; তুমি মালাত মেৰু দি নবা।” মাধৱে উতৰ দিলে “সি কি হৰ পাৰে। যি কাৰ্যত কৰিবলৈ শাস্ত্ৰ সাধু কোনেও নয়, সেই কাৰ্য মই কিয় কৰিম?” এই বুলি তেওঁ গৃহলৈ গুচি আহিল। পিছদিনা এই ঘটনাৰ কথা আইধাৰে শুনি ৰজাৰ জনাই কলে “তুমি লা নে বি ৰজা ইয়াৰ একো নিৰ্ণয় নানিবো।” বা বানোয় চত বহি আছিল। তেওঁ আইখাই মুখে এই কথা শুনি বি কাজী নতাই আনি খং কৰি গুধিলে “ৰিৰ ই সায় মাধৱক ভাল বুলি , এতিয়া কিয় মধৰ বিপকে চল।” বিৰে নক কলে “মহাৰা, গেনেশ মাৰে না ৰিলে। এ উপদেশ খনি লোক শৰী হল। এখয়ে গিভ পুৰ ভিতৰত তে পড়ি কৰি বিটোৰ লাগি।” এই বলে “বি, ওই গায়ক এ দিন পানি, এভিয়াছে