শীশৰদেৱ আৰু মাধৱদেৱ ২৩ পৰা খেদাব লাগে।” এই বুলি বিপক্ষই পণ্ডিতেৰে সৈতে ৰা কৰোৱাই মাধৱক হৰুৱাই অপদৰ কৰি খেলোৱাৰৰ দিহা কৰি, বঙ্গদেশী মাধৱ নামে এজনক আনি, আৰু অনেক কুতকী ব্ৰাহ্মণক আনি সভা পাতি তেওঁলোকেৰে সৈতে তৰ্ক কৰি ৰা কৰিবলৈ মাধৱদেৱক নিমন্ত্ৰণ কৰিলে। মাধৱদেৱে নিমন্ত্ৰণ পাই বিকাৰীৰ মতলব বুজি উনাসিত মনেৰে সভাত বহিল গৈ। তেওঁৰ ভকতসকল সভাৰ বাহিৰতে ৰল; মাথোন মচৰণ ঠাকুৰ আৰু অত গুৰুহে তেওঁৰ লগত আছিল। প্ৰকৃতপক্ষে বঙ্গদেশী মাধৱ নামেৰে লোজন মহা মূখ। বিৰূৱে তেওঁক সভাত বৰটো পাতি বহুৱাই থৈ কুতকী ব্ৰাহ্মণসকলৰ হতুৱাই মাধৱদেৱৰে সৈতে তৰ্ক লগোৱাই দি, পাৰে যদি মাধৱদেৱক অপদস্থ কৰিবৰ মতলৰ কৰিছিল। বিৰ কাজীয়ে মাধৱদেৱক কলে “শুনা মাধৱ, এইজনৰ নামে মাধৱ; এও তোমাৰ নিত; এও বঙ্গদেশৰপৰা তোমাৰে সৈতে বাদ কৰিবলৈ আহিছে।” মাধৱদেৱে উত্তৰ দিলে “তুমি ভাল কৈছা; তোমাৰ কৃপাত মোৰ আজি মিত্ৰ লাভ হল।” বিয়ে কলে “এওঁ কয়, মালাত মেৰু আছে। মালাত মেৰু আছে নে নাই, তুমি উত্তৰ দিয়া।” মাধৱদেৱে উত্তৰ দিলে “গীত, ভাগৱত, বৃহৎ সহস্ৰনাম আদি শাসকলত, মালাত মেৰু দিবলৈ নয়। কোন শাস্ত্ৰমতে ৰহৰ মাধৱে কৈছে মোক কওক?” বঙ্গৰ মাধৱ জখা মুখ, তেওঁ নামাতি মঠ ধৰি মেজিটো যেন হৈ বহি ৰল। ব্ৰাহ্মণসকলে অ মন্ত্ৰ মাতি, মালাত মেৰু দিব লাগে বুলি কলে। মাধৱদেৱে শাৰ বচন উদ্ধাৰ কৰি কলে যি বীজ মন্ত্ৰ জপ কৰে, সেইজনৰ সেই মালাত মেৰু দিবৰ ব্যৱস্থা আছে; কিন্তু হৰিনামৰ মালা যি ধাৰণ কৰে, সেই মালত মেৰুৰ কোনো প্ৰয়োজন নাই।” এই বুলি তেওঁ পঞ্চৰাত্ৰৰ শ্লোকৰোৰ সসৰ কৰে মাতিবলৈ ধৰিলত, বিৰাজীৰ মুখ বন্ধ হৈ গল। ব্ৰাহ্মণ- সকলেও একো উত্তৰ বিচাৰি নাপাই সেই কথা এৰি দি, শুধিলে “শিৰ চৈতন্য নে জড়?” মাধৱদেৱে উত্তৰ দিলে “শিৱ জড়, চৈতন্য নহয়।” এই কথা কোৱা মাত্ৰকতে ব্ৰাহ্মণসকলে হাই কৰি গিনি মাৰি উঠিল; আৰু বিৰূপাক্ষই ক্ৰোধত অফাৰ দেখি মাধৱদেৱক শুধিলে “তুমি শিৱক কি ভ বুলিল, বুধাই কোৱ॥” আখৰদেৱে ধীৰভাৱে কলে ‘শাসকল বিচাৰি চোৱ দেখি; বিশেষকৈ ভাগৱতত প্ৰকট হৈ আছে, যে শিৱই বুৰৰ ভয়ত তিনিঙ ত্ৰৈলোক্য ঘূৰি পিছত বিহুৰ প্ৰতি সেই