২৩ শুধি, ৰামচৰণে কীৰ্ত্তন পুথিখন বিজয়পুৰত এৰি অহা শুনি, তেতিয়াই চাৰিজন ভকতক বিজয়পুৰলৈ পঠিয়াই বি পুথিখন অনালে। পুথিখন মাধৱদেৱে পাই, পূৰ্বাপৰ সকলোখিনি চাই যেতিয়া দেখিলে যে যত যি থাকিব লাগে সেইদৰেই ৰামচৰণে তাক গোটাই ৰাখিছে, তেওঁ মহা আনন্দত ৰাৰণক থংস কৰিবলৈ ধৰিলে। তেওঁ আকৌ শাখুন এবাৰ চাই, ৰাচৰণক কলে বাপু, পুথিখনিত সকলো আছে, কিন্তু ৰুক্মিণীদেৱীৰ প্ৰেমৰ কলহটি নাই।” ৰামচৰণে কলে “তাক মই বিচাৰি নাপালো।” মাধৱদেৱে কলে “নাপাৰ পাৰ, সি যি ঠাইলৈ যাব লাগে গল।” এই বুলি তেওঁ পুথিখন অতি ভক্তি ভাৱে খোৱাই দিয়ালে। ইয়াৰ পিছত এদিন মাধৱদেৱে ৰামচৰণক শুধিলে ‘বাপু, তুমি মোৰ লগত থাকিৰৰ ইচ্ছা কৰ নে?” ৰামচৰণে কলে “মামা, মোৰ পিতৃ ৰৰ বুঢ়া হল।” এই কথা শুনি মাধৱদেৱে হাঁহি ভাগিনিয়েকক কলে “তোমাৰ পিতৃ আৰু দহ বছৰ জীয়াই থাকিব। মোৰ লগত তুমি আঠসহ মাহ মাত্ৰ থাকিব লাগিব।” এই কথা শুনি ৰামচৰণ মোমায়েকৰ লগতে বিপাক কাজী আৰু আইয়ে সদায় ৰজাৰ আগত মাধৱদেৱৰ গুণশীলৰ বিষয়ে কৈ থাকে। এদিন ৰজাই আদেশ কৰিলে যে তেওঁৰ ওচৰলৈ মাধৱদেৱ আহিব লাগে। তাৰ আদেশ শুনি মাধৱদেৱে ৰজাক সাক্ষাৎ কৰিণত, বাই সমাদৰ কৰি তেওঁক বহুৱাই ৰ আলাপ কৰি মহা সন্তোষ পালে। ইয়াৰ পিছত ৰজাৰ আদেশ মতে মাধৱদেৱে পাঁচ দিন সাত দিনৰ অন্তৰে অন্তৰে ৰাৰ পাশলৈ যাবলৈ ধৰিলে। এইদৰে কিছুদিন বোৱাৰ পিছত এদিন এটা দুৰ্ঘটনা ঘটল। বিৰূপাক্ষৰ দুজন পুতেকে মাধৱদেৱৰ ওচৰত শৰণ লৈ এক ধৰিলে। এদিন বিপাই ভাত খাওঁতে, তেওঁৰ পুতেক দুটিক ওচৰতে বহি ভাত খাবলৈ মাতিলত, পুতেতে বাপেকক কলে “পিতা, আমি তোমাৰ ওচৰত ভাত খাৰ নোৱাৰে; আমি মাধৱদেৱৰ থক ধৰিছো, তুমি ৰা নাই।” এই কথা ভৰি বিৰূপ ত অলি উঠিল। তেওঁ কলে 'খ, মাধৱৰ কাৰ্য। পিত পুত্ৰকে ২ মিলে। এতিয়া মই বেইন বুজিলোঁ যে মাষৰ এৰি। ৰা কৰি প হৈ পোলহি। এই কলিফ ইয়াৰ