এীশদেৱ আৰু শ্ৰীমাধৱদেৱ ২২৫ এদিন সকলে ভকতে একত্ৰ হৈ মাধৱদেৱক প্ৰাৰ্থনা কৰি শুধিলে “বাপ, আবিৰ্ভাব তিৰোভাব ঈশ্বৰৰ আছে; এতেকে আপোনাৰ পিছত ধৰ্মৰ গুৰু ভাৰ কোনে লব?” এই প্ৰশ্ন শুনি মাধৱদেৱ নামাতি থাকিল। তিন দিনৰ মূৰত তেওঁ ভকতসকলক কলে “বৃদ্ধাঙ্গুষ্ঠিৰে যি পৃথিবীখন ধৰিব পাৰিব সিহে ধৰ্মৰ এই গুৰুৰ লব পাৰিব। যাক যি কালত এই ভাৰ অৰ্পণ কৰা হব, সেইজন পুৰুষ সেই কালত আপুনি ব্যক্ত হব।* জগতৰ ঈশ্বৰ প্ৰকৃত গুৰু ৰূপে প্ৰকাশ হয়; তেওঁক সেৱা কৰি জীৱই সংসাৰ তৰে। বিশেষত, গুৰুসেৱা পৰম দুভ কাৰ্যক কোনে সহজে সুলভ কৰিব পাৰে। পূৰ্বত মাৰ্কণ্ডেয় ঋষিয়ে গুৰুসেৱা কৰিছিল। প্ৰহলাদেও আনমনেৰে গুৰুসেৱা কৰিছিল। লক্ষণ আৰু হনুমন্তইও গুৰুসেৱা কৰিলে। আমিও অলপ-অচৰপ গুৰুসেৱা কৰিছে।” এদিন উৰ্বশীয়ে ৰামচৰণ ঠাকুৰক মাধৱদেৱৰ সুখ দুখৰ বাতৰি লবলৈ বেহাৰলৈ পাচিলত, ৰামচৰণে ৮ দিন মানৰ মুৰত মোমায়েকৰ ওচৰ পালেগৈ। মাধৱদেৱে তেওঁক সকলো বাৰ্তা শুধি পুছি, লগতে কিছুদিন ৰাখি আকৌ পঠিয়াই দিলে; আৰু কীৰ্ত্তন পুথিখন গোটাই আনিবলৈ পুনৰ্বাৰ কলে। ৰামচৰণে ঘৰ পাই পিতৃ মাতৃৰ আগত মাধৱদেৱৰ সকলো বাতৰি কৈ তাৰ পিছত ঠায়ে ঠায়ে গৈ বিচাৰি কীৰ্ত্তনঘোষা পুথিখন একেঠাই কৰিলে। নাৰায়ণ ঠাকুৰে পুতেক পৰমানলক মাধৱদেৱৰ বাৰ্তা লৰলৈ পঠিয়াই দিলে। পৰমানন্দই আহি উপস্থিত হৈ প্ৰণাম কৰিলত, মাধৱদেৱে তেওঁক “বাহীত” ছপা হোৱ গুৰুচৰিত্ৰ পুথিত আছে-“তিনি কুৰি ভকত একত্ৰ হৈ এদিন মাধৱদেৱত জনাইছে; আবিৰ্ভাব তিৰভাৰ ঈশ্বৰৰ আছে; অতএব আপোনাৰ লীলা সম্বৰণ হলে কাক আশ্ৰয় কৰা হব”। একে উত্তৰ নিদিলে। দুনাই শুধিবৰ নিমিত্তে কোনোৱে সাহস নকৰিলে। গুৰুৰে তিনি দিন মনে মনে ভাবি কোনো এজন ভকতক বিশেষ উপযুক্ত যেন নেদেখি সেৱক সকলক জনাইছে, আমি ধৰ্ম আপিৰৰ লোক নিৰ্ণয় কৰিব নোৱাৰিলোঁ আপোনাসকলে এজন লোক ঠিক কৰি দিলে তেওঁকে আজ্ঞা কৰিৰ পৰা যায়। ভকতে জনাইছে, আপুনি বিচাৰি নিদিলে আমাললাকে কেনেকৈ বিচাৰি দিব। মাধৱে কৈছে, সকলো লুভিয়া, অতএব যে পানিতে সকলো ৰ খোৱা হৈছে; আমাৰ ৰূপ আছে; যিজন লোকে এই এনিৰ অং বিচাৰিৰ সেইনে আৰু পাৰ। সকলো ৰ ৰাৰ এই ঘোযাতে আছে। গুম লক্ষণযুক্ত পোৱা টান॥ শিশুৰ লক্ষণ একাইলেও হলহেঁতেন। কোনো নত নাই। বিশেষ গুৰু সেৱাকাৰি ভকতো নাই। পুৰে মাৰ্কেণ্ডেয় গৰি ললে আৰু গ্ৰহলাদে গুৰু সেৱা কৰিছিল; আমিও কিন্তু ফুৰা হৈছে। নেই সেই লোকে গুৰুতৰ লোৱা চান; এতেকে আমি কাকে বুলিৰ নোৱাৰিলে৷”