শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ২০৩ ধৰিলে। এই বাতৰি বববিষ্ণু আতাই আহি মাধৱদেৱক জনালত, মাধৱদেৱ সেৱকসকলেৰে সৈতে তালৈ গল। মাধৱদেৱে যাত্ৰাৰ নিমিত্তে চো-খা আদি প্ৰস্তুত কৰাই, ভাৱৰীসকলক নিজৰ নিজৰ ভাও বিভাগি দি, নৃসিংহৰ ভাও নিজলৈ ৰাখিলে। মহাসমাৰোহেৰে ভাৱনা হল। চাবিউ- ফালৰ লোক ভাৱনা চাবলৈ ভাগি পৰিলহি। ভাৱনাৰ বৰাঘৰত এহেজাব চাকি, ভোটা মটা লগালে, গায়ন বায়নে ববধেমালি ঘাণে, অগ্নিগৰি লগাই সূত্ৰধাৰীয়ে নানা সূত্ৰ আৰু শ্লোক মাতি নানা ভাৱ কৰি প্ৰবেশ কৰিলে। তাৰ পিছত হিৰণ্যকশিপুক নখেলে বিদাবি দুই অস্ত্ৰ আনি নৃসিংহই মস্তকত ললত, লোকসকল ভৰ খাই উঠি পলাব খোদা দেখি, নাৰায়ণ ঠাকুবে তেওঁলোকক বুজাই অশ্বাস বাকলে স্বস্থ কৰি ৰাখিলে। প্ৰহলাদ আহি নসিংহক স্তুতি কৰিবলৈ ধৰিলত, নৰসিংহই ভয়ানক ভাৱ পবিত্যাগ কৰি বাৎসল্য ভাৱ প্ৰকাশ কবি বহিল। এইদবে যাত্ৰা শেষ কবিলত, মাধৱদেৱৰ প্ৰভাৱ তেতিয়া ভালকৈ সকলে। লোকে জানি তেওঁক মানি ভক্তিভাৱ প্ৰকাশ কৰিলে। ইয়াৰ পিছত সেই ঠাইৰ সকলোবোৰ লোকে মাধৱদেৱৰ ওচৰত পৰম ভক্তিভাৱে ধৰ্মক ববি7ে। তাত কিছুদিন থাকি মাধৱদেৱে কলহী নৈয়েদি নাৱেৰে আহি চামবিয়া, আৰু তাৰ পিছত হাৰামদেৱ পাই কিছুদিনৰ পিছত বৰপেটা পালেহি। এদিন মাধৱদেৱব সেৱক মাধৱ মৰলে আহি গুৰণক কলে যে “মই অনেক উপাৰ্জন কৰে, তথাপি মোৰ খাবলৈ নাটতি পৰে।” মাধৱদেৱে মৰলক কলে “তুমি অনাচাব অধৰ্ম্ম অচিবণ কৰা, সেইদেখি তোমাৰ খাবলৈ নাটে। শেহ বাতি তোমাৰ ভাৰ্য্যাই ভাত বান্ধে, ৰাতিপয়াই তাকে সকলোৱে খোৱহক; বেলি তিনিপবীয়ালৈকে হাল নেমেলি গৰক কষ্ট দিয়া; তোমালোকৰ শুচি-সঞ্জমন নাই; ভকতক তোমালোকে দান নকৰা; আনি খেতিৰ ভাত আজি মাথোন আপনি খোৱা; এইবোৰ হয় নে নহয় ভাবি চোৱ॥ আজিবপৰ। তেনে নকৰিবা, দেখিব। তোমাৰ নাটনি ঘৰৰ ভিতৰৰ এইবোৰ সঁচা কথা গুৰুজনে কেনেকৈ জানিলে ইয়াকে ভাবি আচৰিত মানি, মাধৱ মৰলে সেইদিনাৰপৰা মনতে থিৰ কৰিলে যে তেওঁ আৰু তেনেকুৱা আচৰণ নকৰে। গুৰুৰ কথামতে চলি মাধৱ মৰলে দেখিলে যে পিছৰ বছৰত তেওঁৰ ধনধান্য অপৰ্যাপ্ত হল। নহয়।”